পাও, ১৮। ভিকহু। (৫) স্বাস্থ্যকৰ মই বা আল-বাৰে সৈতে বিউনিফ প্লেগৰ বিশেষ না নাই'; মাথোন পৰোক্ষভাৱে এই ফেৰা হে আছে, যে তেনেকুৱা ঠাইত এ সৰহকৈ থাকিবৰ পক্ষে সুচল। (৫) সাধাৰণত প্লেগ ৰোগ এঠাইৰপৰা আন ঠাইলৈ ব্যাপ্ত ৰ - হৰ গাত বা মানুহৰ বই-বস্তুত লাগি অ ওপৰত কোৱা সেই পুৰৰ পাৰ মাৰিবোৰৰপৰা। অনেক সময়ত সেই মাহান (যাৰ শলখ বা পা তেনে মাখি আছে) প্লেগৰ হাতৰপৰা লৰা দেখা যায়। - ওপৰত কোৱা কথাৰপৰা ফটফটীয়াকৈ দেখা যায় যে এগুৰ আৰু এৰৰ গাৰ শখিয়েই মানুহৰ ভিতৰত হোৱা পেগৰ গুৰি। যত এন্দুৰ নাই তত পেগ নাই। এতেকে মানুহৰ মহাশত্ৰু এনৰ নিধন সাধন কৰা সকলোৰে কৰ্ত':; সেই কাৰ্য্যৰ বাবে যুধিকবাহন গণেশ ঠাকুৰে তেহেলৈ আমাৰ ওপৰত কে কৰক ৰা ৰাগকে কৰক। “তোমালোকে আজি মোক ভিকহু বুলি খিণাইছা। এমুঠি চাউল দিয়া দূৰত থাওক দূৰ-দূৰ ছেই-ছেই কৰি খেদি দিছ। তাতে হেঁপাহ নপলাই গুৱাক লপাই দি মাসেময়ে ঢাকাটে। গতাটাও মইছা। যিমান দূৰ লটিটি কৰিব পাৰা কৰিছা। অপখান পানাৰ একশেহ,-তে ও কিছু কই আছে।” “এৰা জীয়াই আছে॥ য়াই নেথাকি কৰিম কি? গং কৰিম?- কাৰ ওপৰত। ঠেহ'পাতি থাকি?—কোনে শুনি? শোক-বেজাৰ কৰি চকুলো টুকিম?-লান্ত কি? আত্মহত্যা-কিহৰ সেইটোৱেই মাথোন মুক্তিৰ পথ। কিন্তু পোৰ কপালৰ নিমিত্তে সি বন্ধ। মই নিজে নিলে সেই বাটত ছেটা দি থৈছে। যে।” “এৰা, জীয়াই আছে। নেথাকি কৰিম কি? ভিকহৰ কপাল বেনে এমুঠি দুঠি ধান চাউলো আছে তেনেaৈ শালি৮ে। শপলিটে। আৰু