পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰথম বছৰ ৭, ১৮৩২ । | স্যা। কিশোৰী। কুটে। ফুটে কৰি কেনে মুলী কলিটি, সামৰি আধেক, মেলি অনেক প্ৰাণটি, গকে লুকাই, পু ভুমুকনি মাৰি। লাজ-ধেমালিৰ আঁৰে ছোৱালী কিশোৰী। মিচিকি হাঁহিৰে দুটি নিৰুদ্দেশ হাত, প্ৰেমৰ অদ্বিান শয়ে ওলাওঁ ওলাও; ওলাই আহি ঃ নাছি উলাহ, জয় ৰুপাই বাহুলতা নেবে। বিলাই সকল প্ৰাণ সম্বনী মাজে, বল কয়ি মাৰি হাহি ছায়া লাগে। দুৱাৰ মুখতে কিন্তু কিনা উতপাত? নগৰ লাতকুঁচি ওলাবৰ সত। সৰল হাহিত পৰি শাৰ-চিটিকনি, মলয়াৰ দুটি পাই বুলি শমী। প্ৰেমৰ বহীৰাতে, লাজৰ পনি বিয়াপি নীৰৱ শুনো হিয়া খলকনি। লাল শাক উত্ৰাৱল নবীন হৃদয়, কি মধুৰ প্ৰভাৱৰ যিহে পৰিচয়। spমাৰ আগৰৱালা।