সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহী। (১ম বছৰ ৮ম সংখ্যা মাগি খাই আহি আহি, ছমাহমানৰ মূৰত কাশী পাই অনাথৰ নাথ বিশ্ব নথিৰ চৰণত শৰণ ললো। তেতিয়াৰেপৰা মই এই কাশীতে বাস কৰি আছে, শোখ দুখৰ দীঘলীয়া জীৱনৰ ওৰ এতিয়াও পৰা নাই। কিন্তু পৰিব অলপতে। আজি তোমালোকৰ মুখৰ অসমীয়া মাত শুনি মই যে কি অমিয়া-মধু পিবলৈ পালে, কত পুৰণি দুখ বেজাইৰ কথা মোৰ মনত পৰিল তাক কি কম! হে বাবা বিয়ে! হে বাবা ভোলানাথ। তোৰ পাৰ মহিমা! তুমি এই দুখুৰীক তোমাৰ চৰণত ঠাই দিছ, পৰকালতে যেন ধুনীক নেৰা তোমাৰ অভয় চৰণত দুখুৰীৰ এই প্ৰাৰ্থনা।" বুঢ়ীৰ জীৱনৰ শোকপূৰ্ণ ইতিহাসে মোৰ মনত এনে এটা বেজাৰৰ ছ'। পেলালে যে, সেই পুৱা আৰু মোৰ গানৰ ক্ষীণোৱা অভিলাষ আৰু ক্ষীণাই অদৃশ্য হল। আমাৰ ওচৰৰপৰা বুঢ়ী গুচি যোৱাৰ পিছত মই মান নকৰে বুলি মোৰ লগৰীয়ানক কলত, তেৱে। যেন ৰা পৰি, মোৰ হতে মত দিলে আৰু দুয়ে নিজ বহালৈ উভতি আহিলে। লক্ষ্মীনাথ বেজবৰুৱা কেতেকী চৰাইলৈ ‘ল কেতেকী” কেতেকী” কাঢ়ি আওঁৰা, ফাক মে বিচাৰ। গৰি যিয়াকুল ভাৱ। উৰি উৰি ফুৰি ফুৰি, একে কথা কোৱা। বাতি দিনে একেৰিও জিবি নোপোৰা। একবাৰ একে একে গান গোৱা একাগ্ৰ ভাষৰ কিবা চানেকি দেখুৱা? নাইবা হেল সঙ্গী বাটত আহোতে, গছে জীৱন মাত্ৰ তেকে বিনতে। বুদা-লা