কাশীবাসী। খাওঁৰু সেইবোৰ কথা আৰু কব নেলাগে।” মোৰ কথা শুমি বুঢ়ীয়ে মিতাতে নিহক চালি লৈ আকৌ আৰয় কৰি তো হৈছেই; কিন্তু মোৰ বুকুৰ বোৰৰ ওপৰত যদিও এতিয়া কাঠ বাকি আছে, তথাপি তাত আঙ্গুলি দিলে আগৰ নিচিনাকৈয়ে টান পাওঁ; অৱশ্যে এতিয়া তাৰপৰা আৰু তে নোলাম।
- যাওক সেইবোৰ কথা। আমি দহ হোল আনুহক মামছে
চিংফৌহতৰে সৈতে গোটখাই পাটকাইৰ কাষ পোৱাইছিলগৈ। মাখা ভিতৰৰ ভালেমানক চিংফৌহঁতে সিহঁতৰ গোলাম কৰি নিজৰ দেশ ৰাখিলে। তালেনক মানে নিজৰ দেশলৈ লৈ গুচি গল। এনেতে কুম্পা- নীৰ ফৌজে ইফালৰপৰা মান আৰু চিংফৌজক খেদি গল। মা আৰু চিংফৌৰে সৈতে ন-দিহিং নৈৰ কাষতে কুলানীৰ ফৌজৰ ৰণ লাগিল। সেই ৰণত মান আৰু চিংফৌত কুম্পানীৰ দৌৰ তপ্ত হৰিল, আৰু মানক কুম্পানীৰ ফোঁজে একেবাৰেই অসমৰ শীৰপৰা উলিয়াই থেদিলে। মান গলতে চিংফৌবোৰ শান্ত হল। কুম্পানীৰ সেনাপতি নিউভাইয়ে (captain Neufville) প্ৰায় ছয় সাত হাজাৰমান সমীয়া মানুহক আনৰ হাতৰপৰা এৰুৱাই আমাৰ ঘৰৰ ফালে পঠিয়াই দিলে। সেই মানুষ- বোৰৰ ভিতৰৰ ময়ো এনী। কিন্তু বোপাইত, মোক চাহাবে সৰুৱাই অনাতকৈ মই ভাতে মৰি যোৱা- হেঁতেন বা মানে লৈ যোৱাহেঁতেন হেজাৰ গুণে ভাল আছিল। কিয় কওঁ শুনা। মই হতভাগিণী উভতি আহি যেতিয়া আমাৰ ৰংপুৰৰ ঘৰ ওলালেহি মোৰ স্বাৰী আৰু শহুৰ শাহুৱে মোক সামৰি শওক মাৰি মোক প্ৰা বুলি পদুলিৰ মূৰলৈকে খুকিব শিদিলে। মই দুই হাতে সিজ কপালখন খুশি কত কাকুতি মিনতি কৰি ৰোক আমাৰ টোলৰ ভিতৰতে, লাগে যদি আত- বতে ই এম জি ৰাখিবলৈ তেওঁলোক কলে কিন্তু তেওঁলোকৰ শিলেৰে বন্ধেৱা যিয়াত মোৰ কালো-কাটান সোগোনাল। মোৰ কানে দেখি ৰীৰ চকুৰ পানী যে মই লোৱ মেলেৰিছিলেন না, কিন্তু তেওঁ মহাদৈত্য জাতৰ তাত গবেষৰোৱাহ আৰু আন এচৰ-চুবুৰীয়াৰ বিপক্ষে থিয় হৈ মনুষ্যত্ব প্ৰকাশ কৰিব নোৱাৰিলে। মই নিৰুপায় হৈ মোৰে নিচিনা গুলশী এনীৰে সৈতে লগলাগি আলোৰে মোকটি খুলি