পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫৮ বাহী। [ ১ম বছ, ৮ম সংy। শামীও ডাঙৰ মানুহ আছিল। মোৰ ধন-বিত ঐশ্বৰ্য্য-বিভূতি সুখ-সম্পৰৰ অঃ নাছিল। ফাল মানে মোৰ ইংৰীৱন নষ্ট কৰিলে। অফল মোৰে নহয় যোণাইইত, হেজাৰ হেজাৰ দুৰ্ভগীয়া অসমীয়া মানুহক সিহঁতে খে। যাৰ সেই কালৰ সেই ভয়ানক উপৱৰ কথা সুৱৰিলে এতিয়াও ভণ্ঠ অকেঠ শুকায়। পলৰীয়া প্ৰকাৰ ৰাক মানে নানা ছলনা কথা কৈ ৰেহাটলৈ মাতি খানি তাতে বন্দী কৰি ৰংপুত বলে। আনদেশ ৰজাই বৰ সেনাপতি মিঙিমাহা বন্দুললৈ হুকুম দি পঠিয়ালে যে বালা আসামৰপৰা উভতি বাব লাগে। ৰজাৰ হুকুম পাই বন্দুসাই পহু ভাগ মান সেনা লগত লৈ উতি নিজৰ দেশলৈ যাবলৈ ওলাল। কিন্তু বোপাই- ইহ, যাওঁতে পাষণ্ডহঁতে দেশৰপৰা ধন বন্তু যি পালে চুচি নিলেই, সেইবোৰৰ উপৰিও হাজাৰে হাজাৰে অসমীয়া মানুহ ধৰি লগত লৈ গুচি গল। সেই মানুহৰাৰ কেনেকৈ নিছিল তোমালোকক কব লাগে নে? শুনিব নে? শুন্য কওঁ। সিহঁতে বুঢ়া-মেঠা আৰু লৰা ছোৱালীবোৰক নিনি শীয়াতু দি মাৰি থৈ গৈছিল, ডোকাবোৰক সিহঁতৰ ভাৰী আৰু তেকেৰীবোৰক শিশু। কৰি লৈ গৈছিল। গৰু ছাগলী সাঙুৰি নিয়াদি সেই মানুহবোৰ সিহঁতে সাঙুৰি নিছিল মোৰ বোপাইহঁত! সিহঁতৰ মাৰ-বৰ অত্যাচাৰ সহিব নোৱাৰি কত মানুহ যে বাটতে আপোন-খাতী হৈ আৰু এনেই মৰি তাৰ লেখ-জোখ নাই। আমি বৰকাৰ হাততাৰ৷ ফুটাই বেত-সুতেৰে বন্ধাদি দহোটা কুৰিটাকৈ একো একো আৰু মানুহৰ হাতৰ তলুৱা ফুটাই সিহঁতে বান্ধি লৈ গৈছিল। ময়ে মানৰ হাতত বন্দী হৈ যোৱা মানুহ। তেতিয়া মই উঠি-হা ছোৱালী , মোৰ বয়স ১৫ বছৰ মাথোন। হঠাৎ মানে আমাক ঘৰবেৰা দি ধৰিলে। মোৰ স্বামী কেনি পলল মই নেদেখিলোঁ। মোক সিই: বশী কৰি ললে। আমাৰ বই-বস্তু যি আছিল সোপাক সিহঁতে লুট পুটি ললে। উস। সেই অত্যাচাৰৰ কথা সুৱৰিলে বুফাটি যায়। বোপাই- ইত, সেই অহঁতৰ দৌৰাৰ কথা আৰু তোমালোকক বহলকৈ কৈ কি কৰিম, মুঠতে কওঁ যে পাপীইৰ হাতত মোৰ সকলো গল?” দেখিলে, বেজাৰত বুঢ়ীৰ মুখৰপৰা কথা ভালকৈ মোলোৰ হৈ ঠোকা- খুঁকি হৈ ওলাইছে। মই লাহেকৈ মাত লগালে,-"পোনাৰ কষ্ট হৈছে।