২৫৬ বাঁহী। [১ম বছৰ, ৮ম সংখ্যা]
মুখামুখিকই ফুলকলি ফুলে
মোহিনী জেউতি ধৰি;
লগালগি হই ৰঙা সুমথিৰা
থাকে তল মূৰ কৰি।
ওপৰে ৰাই
ওচৰে ওচৰে
ৰখি থাকে জোনবাই,
বেশি দেখা পালে
এপ -
কাশীবাসী। | সি আজি ভালেমান বছৰৰ আগৰ কথা। কাৰ কালি। পুৱ।। পূৰ আকাশত ৰদ বিৰিঙাইছে। চৰাই-চিৰিকতিবোৰে কলাই চেকচেকাই চাউগালে উৰি বিয়াদান দিছে। গঙ্গা সোত বীৰ গম্ভীৰভাৱে এনেকৈ বলিছে যে সোঁত বলিছে বুলি দূৰৰপৰা: উমানকে ধৰিব নোৱাৰি। নৈৰ পাণৰ ওপৰত অলপ ধোৱাৰ নিচিনা ভাপ উঠিছে, দেখিলে মনত খেলায় যেন তাত প্ৰাঙামান কৰিবলৈ যোৱা লোকসকলৰ পাৰত অনুকম্পা প্ৰাৰ্শন কৰি প্ৰকৃতি দেবীয়ে গঙ্গাৰ তলত উমাজাল দি পানীবোৰ কুহুমীয়াকৈ তপতাই দিছে। মীন কৰিবলৈ যোৱাসকলৰ কোনেকে পানীত নামি মন্ত্ৰ মাতি জাধোৰ মাৰিহে; কোনোৱে লোবোৰ আৰি ৰামলৈ উঠিছে; কোনোৱে লোবোৰাৰ অন্তত পামীতে থিয় হৈ, ওলাই-অহা ন বেলিৰ ফালে মুখ কৰি সন্ধ্যা আহিক কৰিছে; কোনোৱে বামলৈ উঠি শিলৰ খট খাটত বহি কোষা অধ) ফুল তুলসী বেশ-পাত লৈ শিৱপূজা কৰিছে, কোনোৱে তিতা কাপোৰ সলাই ৰঙা বা কলপথীৰা বৰণৰ পাটৰ শুকান চুৰিয়া