পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫৪ বাহী। { ১ম বৰ, ৰ সংখ্যা। পূবৰ বাঙলি খেলি উলটি প্ৰাকউ দুমুকি মাৰিলে পক্ষিত, তেহে মোৰ কেতিয়াবা আকউ এদিন হব দেখা তোমাৰ লগত। দুৰ্গেশ্বৰ শৰ্ম্মা। মিলন। কিয় বাৰু আজি মনটিৰ মোৰ এনে উত্ৰাৱল গছি? শোকৰ খুন্দা নে সুখৰ হায়াই কৰিছে অধীৰ অতি? কিয় আজি মোক অতবোৰ ভাবে | ধৰিছে চৌদিশে বেৰি? কান্দোন-হাহোন একেলগে কি নোযাৱা হল নো.এৰি? মিলনসোঁতত অতদিন বাৰু | কিহৰ ভেটা নো খিয়? কাৰ কশাই চালে নো টে। | ইমান কম কিয়? বিলৰ পৰ ৰশিৰ লগত আছে দেখে যিলা প্ৰীতি, ননা দুৰত কাতো দুইয়ে | চাই থাকে ইটি-সিটি। দূৰতে দুইয়ে মিচিকি হাঁহিৰে বেলি-ধুমু কৰে, যে গত শুকাই বেলিয়ে বু খেলিৰ ৰে