আহাৰ, ১৮৩২। উত্তৰ ফালাই মাথোন নিৰ কাণৰ গাটটো কালিয়া ফেলে। অস্যাৰ্থঃ-যে ডাঙৰীয়াৰ ভুল। কথা সুৰকা” বাটটো তালুত নয় কণিত হে। ফাগুণাৰ খিচিকীয়া হাঁহিটো বহলি ইণিৰপৰা সি পালে গৈ। এইটো থিৰাং যে ডাঙৰীয়া হাৰিল, সি জিকিল। কিন্তু ফাণ। প্ৰস্তুত লগুৱা। ভাঙৰীয়াৰ পৰাজনিত লালৰ ৰোটো তাক দেখি আৰু বেকি যাতে নেড়ে সেই অৰ্থে, ডাঙৰীয়াই জিয়া হুকুমবিলাক তামিল কৰেগৈ বুলি তেওঁৰ ওচৰৰপৰা সি ৰামকৃষ্ণক সুৱৰি ততালিকে আঁতৰি গল। উমেশচন্দ্ৰ বৰুৱা কিয় ভূমি আহা চাই মোৰ পিলই, যাওঁ মই পথিক পথৰ, নেজানা কোন নোমই, কোন পিনে যাওঁ, কি ৰিচাৰি যাওঁ জীৱনৰ। নলত ধৰি আছা একে থিৰে চাই, | কাঢ়িছ। দীঘল মুনিয়া, পাহৰি সংসাৰৰ সকলো ৰান্ধনি, বই আহা ফলৰীয়া। দেখিছো তোমাক মই সৰল ভাষা- উপছি। গাবৰ মাহত, নাই একোবেয়া তাৰ তোমাৰ মনত, লাৱণ্য দেখিছোঁ মুত . যই হলে এতিয়াই আঁতৰি আহিল। মেথাকিব তোলাক নন, তোমাৰ ৰুপৰ হৰি পৰি তাৰ ৰাৰ বাৰ তিৰ পটত।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৯৭
অৱয়ব