বাহী। [১ম বই, ৮ সংখ্যা মান মেধিক দি আহিবি আৰু মেধিক কৰি মোৰ লগত আলি কেবিত দেখা কৰিব। আৰু ৰ। উভতি আহোঁতে টেকাইপটত সোলাই শুটপুট যমীঞাৰ দোকানৰ পৰা এবৰুচ চুৰথ আনিৰি। কি চুখ, মোক লাগে বুলি কনেই, বুজি পাব। তিনি আখলি দাৰ। ৰৰি। ৰূপ লৈ যা। ডাঙৰীয়াই হাতনিপেৰৰপৰা ৰূপ উলিয়াই কাণৰ হাতত দি কি কুণতে আপোনপাহৰা হৈ হিন্দুস্থানী ভাষাতে গণহ কৰি তাক সুধিলে- “সমম আয়?" কাণাই উলটি ভাঙৰীয়াকে সুধিলে-- সেটে। নো কি? প্ৰশ্নটো শুনি ডাঙৰীয়াৰ মনত পৰিল সেই মহাভাৰতৰ দৃটোলৈ,-পুঃ- ৰীৰ পাৰত যেতিয়া বকৰূপী ধৰ্মৰাজে নিজৰ পুতেক যুধিষ্টিৰ ৰাক হলনা কৰি সুধিছিল “কিমাশ্চৰ্য?” ডাঙৰীয়া এজন বৰ ৰঙীয়াল মানুহ। তেওঁ হাঁহিবলৈ বৰ ভাল পাঙ্ক; লগেভাগেতে হাহেই, কিন্তু বেচিতাগ অকলৈ অৰুলৈও হাঁহে। ভাঙ- ৰীয়াৰ বেয়াটাৰে ভালটো দেখিবলৈ শক্তি এটা আছিল। আৰু তেওঁ সদাই বেয়াটোলৈ চাওঁতেও হিটি বিত-চকুৰে চাইছিল। ডাঙৰীয়া এখন কলিকতাত “ শাকৰি অহা উকীল। তেওঁ জিলাত একা- লতী কৰিবৰ তিনি বছৰ হল। খাই ৰ গাৱত,—জিলাৰপৰা গৰুগাড়ীৰে এদিনৰ বাট। ডাঙৰীয়া সম্প্ৰতি বিয়া হৈ গৈছে। উশিনী খাচেৰেক হল গাৱৰ যত গাছে শৈ। জিলা ঘৰত ডাঙৰীয়া, বানি বামুণটো, আৰু ফাক লৈ লেখত মাখেন তিনটা প্ৰাণী এই সময়ত আছিল। ডাঙৰীয়াই ফালৰ "সেটে। নো কি” প্ৰত্যুত্তৰ নেহাৰি থাকিব নোৱাৰিলে-- “বোলে-মই যিবিলাক কথা কলে সেইবিলাত (মিন তালুখনত আলিৰে টুকৰিয়াই দেখুৱাই এত কিনা?” | ফাগুণৰ পবুদ্ধিটোৱে কেনেবাকৰি অনুমান কৰিলে ল দেউতাৰ এই বা, বলাই যাক কয়, 'একটু সিকতা কৰা হচ্ছে।” ফাই সিটি বি এটি মাৰি চকুৰ ঠাৰেৰে ডাঙৰীয়াকালে যে সেই বিজ্ঞ সিও পৈণত আৰুৰ দিবলৈকো সাং।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৯৬
অৱয়ব