সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহাৰ ১৮৩১] ফাগুণ লগুৱাৰ বেমেজালি। “ফগুণা! জ ফাগুণ! হে কণা।”, এইবাৰ ভিতৰৰপৰা যেৰে গাৰ দৰে গান মাৰি "বাব" হিল- “কি? মৰ চিঞৰ মাৰা সিটোনো কোন ই?" কথাকে ফাকি লগে লগে ককজনে সে-শৰীৰে আহি ডাঙৰীৰ আগত থিয় হৈ, হাত- ইটা ওপৰলৈ ৰাৰি পঠিয়াই, মুখখন যিমান দূৰ মেল খায় মেলি, ডাঙৰ দীঘল হামি এটা, আৰু দুহাতে এটা এটাকৈ লেখত দুকুৰি দুটা টিলিকি, লগেভাগে মাৰিলে। ফাগুণাৰ সেই অৱস্থাত সেই ৰূপ আৰু ভঙ্গী ঠিক কেনে আছিল নিহা নে? মনত কৰি লোৱ—এটা ব্যয় (?) টোপনিত, তাক জোকাই টোপনি তাই বং খোলাই দিয়; তেনেহলেই পাবা ফাওণা। সেই অবস্থাৰ সুবহু পটখন। ডাঙৰীয়াই সেই ভীমাটোৰ ধুপ অৰ্থ বুজি সুধিলে- কটা গৰু। তুই আকৌ এইছিলি নে কি? কাপাই খোৱাটোতকৈও শেৱাটোক বেচিকৈ তল পাইছিল। যতে পাই ততে আৰু যেতিয়াই তেতিয়াই, যি অৱস্থাতেই থাকক বা নেথাকক, অলপ সুযোগ পালেই ওই লৈছিল। এইটো সদগুণেই বোলা বা বা অভ্যাসেই বোলা বা একেবাৰেই বেয়াই যোলা-ফণাই হলে ওইছিল। পালি-শপনিয়েই পৰা ৰা পাৰকেই ক ণাই হলে ৩। ভাঙ- ৰীয়াই ৰিঙিয়াবৰ সময়তো সি ইয়েই আছিল, চ ছ শণ দি সি ভাঙৰীয়াক মিছাকৈ কলে-- “দেউতাই শুদা শৰাহে দেখাহ, বন প্ৰ্যা আজৰি পালৈ হা শোবি? এক লিমিট হীৰাৰ নৰা আৰু বোলে শোলি!” | কাণ্ডণাই এটা দুটা চহৰুৱা নষদ, খুটিয়াই মাজে-সময়ে তুলি লৈছিল। মিনিট বা লিমিট সেই তাৰে ভিতৰৰে এটা। | ডাঙৰীয়াই অলীফামত পঠিয়াবলৈ ফাক মাতি আনিছে, সেইটো তেওঁৰত গাছিল। সেই বাবে, বাইক-যুখন নেপতি কলে- তোৰ কৰি এতিয়া। হে। এই চিঠিন চাৰিআলিৰ যত হত গছত ওলমি থকা ডাক-বাকচটোত পেলাই দি মাই লৈ। আৰু তন। এই কাগৰ আটা (এই এটা চাই তুলি লোৱা শব) শাঙ-