বাহী t১৪ অদুৰ ম সংখ্যা তাৰু সেইদৰে ব্যৱহাৰ কৰিব পাৰি; কিন্তু নিখুত সংস্কৃত ‘আত্মৰে সৈতে খেতিয়া তাক লাগাই লেখা যায় তেতিয়া “আত্ম-মৰ্যাদা” শেখাটো ইে ভাল। “ভাত ৰক্ষা” আধ্যাত যুবলীয়ে পখিলাক যি যুক্তি দেখুৱাই ভাত ৰা কাৰ্যৰপৰা তেওঁক বিৰত ৰাথিকলৈ চেষ্টা কৰিছে, সেই কাহিল যুক্তিলৈ অকাণ কৰি পখিলাই তেওঁৰ নিত্যকৰ্ম ভাত ৰান্ধি থকাহেঁতেন আমি সুখী হলোহেঁতেন। সচা কথা কবলৈ গলে মুৰলীৰ যুক্তিতকৈ পখিলাৰু যুক্তি হে অ। মাৰ মনত সাৰুৱা যেন লাগিল। মুনলীয়ে পখিলাক কৈছে,-“দেৱৰেক নিজৰ ভায়েকৰ নিচিনা ভাবিথ লাগে।” কিন্তু “সৰু বেপাৰ আগত g- লাবলৈ লাজ লাগে” বুলি যেতিয়া পখিলাই কশে, তেতিয়া মুৰলীৰে উত্তৰ দিলে ওলাব নেলাগে। ** আৰু দেৱৰেকৰ আগত ওলোৱাটোও মই বৰ ভাল নেদেখে।" আমি সোথ কি? দেওৰেক যদি মৰমৰ সৰু ভায়েকেই হল, তেন্তে বৌৱেক অৰ্থাৎ জানিবা বায়েক তেওঁৰ আগত নোলোৱাৰ মনে কি? খুশীৰ এইটে। শিকনি পখিলাই মললেই আমি তেওঁক লাগি। যাকে তাকে ভিক্ষা দিয়া বিষয়তো আমি মুৰলীৰ মত নচলি পখিলাৰ মতত চলিবলৈ সাজু আছে। এইবোৰ কি হওক, লখিমী তিৰোতা" লেখি গ্ৰন্থকাই অসমীয়া “তিকতাৰ ৰাহত কম, বুকুত মৰম, আৰু চকুত ধৰম” দিয়া কাৰ্যত কালেমান সহায়তা কৰিলে দেখি আমি তেওঁৰ শলাগ লৈছে। ফাগুণ লগুৱাৰ বেমেজালি। মাথোন এফাকি হিন্দুস্থানী বাহক। হাত কাপটো মেজত থৈ, কি খনৰপৰ গিৰি কৰি উঠি, শ্ৰীশূলপাণি বৰুৱা, ডাঙৰীয়াই চৰ পৰা খিলিকি দুৱাৰেদি খিল উলিয়াই মাত লগালে- “হে গুণা। এ ফাগুণ! ফাগুণ?" কিন্তু ফাণাৰ অস্তিত্বৰ বশে কোনো সাৰ-সুৰেই নাই। ডাঙৰীয়াই আকে। অলপ বেছিকৈ ডিঙিটো বহলাই বা কৰিলে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৯৪
অৱয়ব