আহাৰ ১৮৩১] কিতাপৰ চমু সমালোচনা। সুবুৰি কোচ ওৱালপাৰে শাড়ীৰ আঁচল ধৰে। দুখীয়া হওক, জৰিত্ৰ হওক, তেও মাতৃভাষা। পৰ ভাষা, পৰ ধন, কিয় কৰা আশা। ধুন্দুলি কুটা, ধুন্দুশি কুটা, শুদা ধুলি ফুটা। লোশ নাইকিয়া, তেল নাইকিয়া, শুদা ধুলি কুটা। কিতাপৰ চমু সমালোচনা। লখিমী তিৰোতা। শ্ৰীযুত বেনুধৰ ৰাজখোৱা বি, এ, প্ৰণীত। লখিমী লিৰোতা অসমীয়া সাহিত্য-ভৰালত সাইফয়ে লখিমী। আমি কিতাপখন পটি আনন্দিত হৈছে। আসামৰ ছোৱাক্ষী পঢ়োৱা স্কুলবোৰত এই কিতাপখন পাঠ্য হপে বৰ ভাল হয়। গিৰিয়েক-ঘৈণীয়েকে কথা পত। ছলেৰে এই কিতাপত্ৰ সাৰুৱা উপদেশবোৰ দিয়া হৈছে। গ্ৰন্থকাই লখিমী তিৰোতাৰ বিহীয় ছোৱা ৰচিবলৈ সোনকালে মন দিয়ক, তেওঁৰ ওচৰত আমাৰ এই খাটনি। গ্ৰন্থক। আগামত ঝাৰু কিতাপখন দুপ। হল কলিকত। নিশ্চয় অস্ববি- খাৰ বাবে তাৰ প্ৰ" চোৱাত কিছুমান ভুল ৰৈ গল; যেনে—“বুঝিব,” নালাগে,” “নিশ্চল,” “নোছোৱা-নেমেলাকৈ," কাণশ,” “ খোশ পামুতে,” “বাহলি গুটিৰে,” “থাই নাইকিয়া," লেখা-পড়া, গুয়ে, “মনৰ খুকুটীটো," ইত্যাদি। “মা” শটো অসমীয়া নহয়। যদিও সি আজিকালি লাহে লাহে অসমীয়াৰ ঘৰত সোমাই, তথাপি শ্ৰমতী পখিলাৰ নিচিনা ভাল মানুহৰ ঘৰৰ ওপৰ খাপৰ তিতাৰ মুখত তাক ধিমান ফ না যায় সিমান ভাল। “যেনিবা” শব্দটোৱে “জানি'ৰ মই নলে ভাল। "তেওঁক সৎপথে আনিব পাৰে" মেলেৰি তেওক, সৎপলৈ আনিব পাৰে। শেখাটো উচিত। এয়ে সৎ লক্ষণ” “স” কথাটা আমি কোনেও ব্যৱহাৰ কৰা দেখা নাই। “চিৰ-লগৰী” লগৰী শব্দটো পয়ত ব্যৱহৃত হোৱা দেখিছ, প ত লগৰীয়া আৰু গৰীয়ানী ব্যৱহাৰ কৰায়। “কে” মহৈ ননকে হলে গুণ। শ্য। শব্দটো সংস্কৃত মামা শশৰ বিকৃতি, সেইবাবে
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৯৩
অৱয়ব