২৪৮ বাহী। [১৪ বছ, সংখা নৰনাৰীগণে হাই নকৰিৰে মনে মনে খাকি কাণপাতি দিবে বৎস-ফ- নিক তৰে। যোবা-ই-মেই মহামই মই যোকৰে চোৱ॥ মোৰে নাৰ লোৱা আৰু মোৰে গুণ গোৱ॥ (ক্ৰমশঃ) উমেশচন্দ্ৰ বৰুৱা কৃপাবৰ বৰুৱাৰ সামৰণি | খোলা থোক। খুলি কুটা, ধুন্দুলি ফুটা, শুদা ধুলি ফুটা। লোশ নাইকিয়া, তেল মাইকিয়া, শুদা ধুলি ফুটা। অসমীয়া মানুহ, অসমীয়া মানুহ, গোটেই অসমীয়া। ভেম আছে, খন নাই, ডাঙৰ অসমীয়া পক। খৰিচা, পা খৰিচা, শুদা খৰিচা পক॥ বিদ্যা নাই, শপ আছে, অসমীয়া ভীমটো। মালভোগ ফল, মালভোগ কল, মালগ মহা। অসমীয়াই চাই আছে, ঋণ চকুচৰহা। পৰি-গুড়ি, ৰগৰি গুড়ি, পোৰা গৰৈ মাছ। আম মাসুদ্ধ জাত হোৱা, নিজে হি “ খা ”। খৰণি দিয়া খাশি দিয়া মাটিৰ পহলা। সালৌপ মাৰি ভাটীৰ তায়ে মাতে হাত বুলা- চুঙা-বালি, চুঙা-বাদুলি, চৰাই কিবা পহু। গুৱালপাৰ কোচৰেৰে খুৱাই বাণী খহ। সোপা-চিলা চুঙাৰ পিলা, পাখীৰ চিটকি পৰে।
- বৰবৰুৱাই বুঢ়া কালত খেল বজাৰলৈ শিবিৰ মন কৰি মণি
আয়নৰ ওচৰলৈ গৈছিল। ৰায়নে তেওঁক খেলৰ এই বোলটো প্ৰথষতে যু কৰিবলৈ দিছে।