এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
হী। [১ম বছৰম সংখ্যা উ। শহুৰ খাতৰপৰা ইয়াক ইমান দিন কত পুৰুষাৰ্থ কৰি ৰাখিলে। শেহত শোক আলি ইমান কষ্ট আৰু অপমান দিলে এনে ভাষে মোৰ মূৰত সোমাই খঙক চুলিৰ আগ পোৱালেগৈ। কোনও দেখিবলৈ নৌ- পাওঁতেই মুখ হা আৰু মূৰ ধুই আহিলোঁগৈ। কিন্তু মূৰৰ বিষত মোৰ গুৰণি হেৰুৱালে। বডিঙৰ হিন্দুস্থানী চকিদাৰটোৱে দেখি এটা বনদৰব দিয়াত হে তিন দিনৰ মুৰত মোৰ বিষ ভাল পালে। ততালিকে কেঁচি এখন লৈ অৱশিষ্ট টিকনি কেডালি পায়ে শৰাধ কৰিলে। বিশাখাও। পুমোৰ এই বিপজটোৰ কথা চকিদাৰে হে জানে। তা তেতিয়াই। শপত খুৱাই আনৰ আগত কবলৈ হাক দি থৈছে।। বখ। ঘাইকীৰ্ত্তন। প্ৰোধ্যায়। শ্ৰীশ্ৰীময়াবতাৰ। - - -- -- ময়ায়ে নমঃ। পদ। কলি যুগৰ শেহাশেষিত, কন্ধিযুগৰ ৰাগিত, মই অৱতাৰ তৈলা। প্ৰায় দেৱৰ ৰসছে ‘ফলে ঘৰতে পড়ে ’তে তে’ বিজু হৈলা।