হাৰ, ১৩২] টিকনি। খোৱাৰ চলেৰে কাৰ্যা পৰ্বতলৈ গৈ মহা ৰূপ দি পাটিত হৈ আহিলে॥ এইদৰে মাজে-সৰ সিহঁতে দিগদাৰি কৰিবলৈ দেৰিলে। মই কিন্তু সিহঁতৰ কথালৈ ৰাণ কৰিবলৈ ধৰিলে॥ মই চিনিডাল অপায়েক কৰি পেলাই থোৱ। ছিলোঁ। সি মোৰ এটা বৰ কাষত আহিছিল। সেই কথা অকপ এই যে ভু পাইছি। নিশাহে উঠি পঢ়িব লগা হলে সময়ত সাৰ নেপাওঁ বুলি চিকন কোচাত কৰি এডাম লগাই ছাপিৰাৰ বা মুশতানত ৰকাৰে খুটাত মই বা থৈ দিওঁ। আৰু টোপনিত ইফতি-নিকাতি কৰোঁতে মুৰটো টান খাই সাৰ পাওঁ। আমাৰ বছেৰেকীয়া পৰীক্ষাৰ দুদিন হৈ গল। সংস্কৃতৰ পৰীক্ষাৰ আগ দিন। বাতি বাৰবালৈকে চাকি পায়ে পঢ়। খতন লোহোৱাত গুৱতীয় নি। উঠি পঢ়িবৰ মনেৰে টিকনিত জৰি লগাই শিতানত থকা মোৰ খুটাত বৰ থৈ দিলে। শৰাৰ আৰু মনৰ হাৰ আৰু খেলি শোৱাৰ বাবে তাতে পেটত ভালকৈ ৰীণ যাব নোৱাৰি মোক কিব। বিং-বিং-বাং-বাং সমাজিবোৰ দেখুৱাবলৈ ধৰিলে। সোঁফালৰ খোটালিত থকা লৰাটোৱে ৰাতিপুৱা উঠি চঞৰি পঢ়া, ইকা মৈথিলীং তওঁৰ নিৰিশতীং ভৎ। ৰূপং শূৰ্পনখানা সদৃশং প্ৰতাপধ্যত। এই ৰঘুবংশৰ গোটো টোপনিতে শোৰ কাণত সোমোত বলী তালগা ছৰিত ভয় খাই একেছিপে পাটীতে উঠি বহি দেখিলে যে ট-ট কৰে শেলি ওলাইছে। ক্ষন্তেকৰ পাছতে কিবা এটা হল যে গম পাই মূৰটো খেপিয়াই চাওঁ যে ৰ টিঙৰপৰা অলপ তে বিৰিঙি ওলাইছে। বিষত হত নাইকিয়া ল। মেষৰ ফাললৈ চাই দেখিলে বেলোল মহী-চুঙাটোৱে আদিনি চিয়াহি মে ওপতৃক 'কিতাণে কাগৰে পাটী গোটেইখলতে আৰু মোৰ নাকে মুখে ছটিয়াই জি চাল খাই পৰি থাকিনি মেলিখোৱা ৰঘুৰণটোৰ গৰ কৰে ৰঙিয়াৰ লাগিছে। আৰু কৰিলে, চিঞ্জিনিয়া আমি কিনিৰে সৈতে, যেৰ খুটাৰপৰা ওলোৰাবালি মিশোফ উপহাস কৰিব পাখিছে।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৮৯
অৱয়ব