২৪৪ বহী। [ ১ম বছৰ, ৮ম সংখ্যা। খাব যঙিতে থকাৰ ঠিক কৰি আমি দুয়ো এটা ভাল খোটানি চাই ললে॥ নাই; বঙিঙৰ খোৱা-বোৱাৰ নিয়ম দেখি মোৰ গাই চিৰিংকৰে গৰ। ইয়াত কি উপায়েৰে নিজৰ নিয়ম ৰাখি চলা যাব এই ভাবনাত মোৰ মূৰত চৰগ তাপি পৰিল। মই বিবুদ্ধি হৈ চক উপায় সোত সি মোৰ ইমান ডাঙৰ কথাটোৰ ইয়াকে পোন উত্তৰ দিলে যে “ইয়াত থাকিলে আৰু আন উপায় লেটি-পেটিকে খাবই লাগিব। ঘৰৰ আচাৰ-নীতি অলপ ঢিলা কৰিব লাগিব।” এলে উত্তৰ শুনি চন্দ্ৰলৈ ৰোৰ বৰ খং উঠিল।• গং মাৰ গলত তাৰ কথা কেইফাকিৰ যুক্তি ফেৰা মোৰ মনত সোল আৰু মই তেতিয়াই মনে মনে থিৰ কৰিলে। যে এই দুবছৰ যিমান শুচি হৈ থাকিব পাৰে। থাকে; ঘৰলৈ গলে পৰাচিত হলেই সকলো লেঠা মৰিব। এনে বিপাকত পৰি মোৰ অলপ বোৰে লাগিল। ইয়াতে মোৰ অসুবিধাৰ অন্ত নপৰিল। আমাৰ কলেজৰ লৰাৰ কা৷ টিকনি নাই, অকল মোৰেহে আছে। সেইবাবে মই সিহঁতৰ চকু গেল হোৱাৰ দৰে হলে। দুনমান উগ্ৰভাৱৰ লগৰীয়াই টিকনি কাটিবলৈ মোক নেৰানেপেৰাকৈ লাগিল। ভবিষ্যতৰ দেশৰ আশা, সমাজৰ ৰণ আৰু বৰ্তমান সমাধ-সংস্কাৰক আৰু কুসংস্কাৰ-নিবাৰক মোৰ নতুন বন্ধু- সকলৰ এজাকে মোৰ কিনি থকাৰ বাবে অপমান পোৱা যেন পালে, শাক মূৰৰ টিঙত বহি ইমানদিন নিৰ্বিবাদে ৰাজত্ব কৰি অহা টিকনিৰ বিৰূদ্ধে যুদ্ধ ঘোষণা কৰিলে। মই কিন্তু তথাপি অচল হৈ এই মহাবিপঙ্গত আত্মৰক্ষা আৰু টিকনিকা কবিনে॥ নতুন কলেজ হি মছলমান সকলোবোৰ লৰাই গোটইটোৱে সিটোৱে মিলাপ্ৰীতিৰ ভাব বাঢ়িবলৈ” এখন চাহ খোৱ মেল পাতিলে। এই সখিন মই অহাৰ ১৫ দিনমানৰ পাছতে হয়। এই খাই থাকোতেই এটা দুই লৰাই মুছলমান লৰা এটা আমি মই বহি থকা বেঞ্চখনৰ ওপৰতে বহুৱাই দিলে। খঙত মোৰ হৰপৰা আৰলৈ দাঙিৰ চাহৰ বাটিতে পৰি গল। মোৰ ফলীয়া কেও নাই দেখি খং উঠিয়ে মই মনে মনে থাকিলো। সেই দিনা ৰাতি লগোন্ দি পানি দেওবাৰে ৰাতিপুৱা ফুৰিবলৈ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৮৮
অৱয়ব