টিকনি। মনত নপৰেপৰা মোৰ মূৰত টিকৰি আছে। এ দিয়াৰ পাছত যেতিয়া সন্ধ্যা-পূজা শিকিশো তেতিয়া লৰাকাল সেই ৰাখি-লাগে-বাৰে- টিকনিৰ মোন বুজিলো যেন লাগিল; আৰু বৰ যত্ন কৰি সদাই গা ধুই উঠি তক্তিৰে সৈতে ম মতি শিশা বান্ধে। টোল পড়া কাত মোক ফিমি- কোচা সকলোতকৈ ডাঙৰ আৰু মই ভালকৈ শিখা বান্ধিব পাৰে। দেখি আমাৰ অধ্যাপকদেৱে মোক বৰ ভাল পাইছিল। সময়ৰ গতিত মই আমাৰ জিলাৰ লৰপৰা"এস্টে"পাছ কৰিলে আৰু বৰ্ণমেণ্টৰপৰা এটা বৃত্তি পাম বুলি বুঙ্গ পাইই কলিকতালৈ পঢ়িবলৈ যালৈ ওলালো। স্কুল পড়তে মোৰ টিকনিৰ বাবে সহপাঠী বোৰে ৰে মোক কিমান উপৱ কৰিলে ৰু ৰাইজৰ আগত গোচৰ কৰি মই মোৰ বাল্যবন্ধুসকলৰ শহুৰ লিব নোখো। কি খুলৰ পঢ়া শেষ কৰি কলিকলৈ যাবলৈ ওলালতে মোৰ পৰা আৰু ন বন্ধুসকলে টিকনি কাটিবলৈ মোৰু যত উপথে দি তেওঁবিলাকৰ মাজৰপৰা যাবৰ সময়তে। মোৰ"feeling wound” মনত কষ্ট নিদিয়াকৈ মেৰিলে। মই সেই উপদেশ কাতি কৰি থৈ ঘৰৰপৰা যাত্ৰা কৰিলে। বাটত আহেঁতে আহোতেই খবৰ পালে। যে গুৱাহাটী নগৰত এই দুই কলেজ খোলা একেবাৰে খিৰাং হল আৰু প্ৰফেচৰকল গাহি পালেহি। এই বাতৰি পাই মই আৰু কলিকতালৈ যোৱা কথা এৰি দি প্ৰৱাহাটীৰ কলেজে পঢ়িবলৈ ঠিক চবিতে। মে সহপাঠ আৰু একেলগে পা কৰা আৰু এতিয়াৰ সত্ৰী চকো মোৰ মতলৈ আনিলো। আমি দুয়ে চাৰ নকলে পঢ়াৰ ঠিক কৰিলে। এয়েই মোৰ প্ৰথমবাৰ ঘৰৰপৰা ওলোৱ। ফলিকতালৈ গৈ বঙালৰ লগত লৈষ্টপেটিকে থাই জাত যোৱাৰ ভয় মোৰ আলি; আসাতে কলেটে হোৱা শুনি এই যাত্ৰালৈ ৰা পৰিলোঁ। আৰ একা ঠাই
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৮৭
অৱয়ব