পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪২ বাঁহী [ ১ম বছৰ, ৮ম সংখ্যা। যুত লক্ষেশ্বৰ বৰঠাকুৰে এটা নতুন বাট আমাক দেখুৱাই দিছে। আশা কৰে। আমাৰ দেশৰ মানুহে মিষ্টৰ বৰঠাকুৰক দেশৰ উন্নতি কৰিবলৈ সাহায্য কৰিব। আৰু এ সব কথা, ফ্ৰান্সৰপৰা শিল্পবিদ্যা শিকি উভতি অহা যুত ললিতমোহন দাসেও আমাক এটা নতুন বাট দেখুৱাই দিছে। এই ভদ্ৰলোক দুজনক আমাৰ দেশৰ মানুহে সাহায্য ঋৰি আন আন অসমীয়া ডেকাসকলক উৎসাহিত কৰা উচিত। আৰু এটি বৰ সুখৰ কথা শুনিছে। কটক ডাক্তৰী ইস্কুলত আমাৰ অসমীয়া মহিলা এই শিক্ষা কৰিব লাগিছে। ই বৰ আনৰ কথা। অচিনাকী ঠাইত অকলৈ পঢ়িবলৈ যোৱ বিশেৰত এজন তিতা খাইৰ পক্ষে বৰ প্ৰশংসাৰ কথা। এই দৃষ্টা আন অসমীয়াৰ অনুকৰণীয়। জানাতি বৰুৱা। নহয় সপোন। আছিলে। সপোন বুলি, সি নহয়, | দিন দুপৰৰ কথা। বোশেও যোক সংসাৰে নহয় | মনৰো যে ভঙা-পতা। দুখ ভাগত আউক্তি বহিলে। | এডুপি বকুল তলে। ৰৰ লখিমী আগবাঢ়ি মোক। সাবটি বুকুলৈ ললে। লো টুকিলে, কেও নেদেখিলে, | কি নো বুজিব লোকে। নিচিনি চিনিলে, নেমামি মানিলে, নেৰিবি আই হে মোকে। চন্দ্ৰ কুমাৰ আগৰৱাল।।