পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আহাৰ, ১৮৩২। বিলাতৰ চিঠি। ২৪৮ ইংলণ্ডৰ দুটি প্ৰাচীন বিশ্ববিদ্যালয়-অৰ্ড আৰু কেন্থি জগৎ বিখ্যাত। আৰ ভাৰতীয় লৰাৰ বি বিলাতলৈ যায়, টকাৰ অৱস্থা ভাল থাকিলে এই দুটি বিশ্ববিদ্যালয় হিৰৰ এটিলৈ তেওঁৰ যোৱা উচিত। এই বিশ্ববিদ্যালয় দুটি পুৰণি। ব্ৰিটন আম অলি ঠাইটে। বিশ্ববিদ্যায় আছে,-ডহাম (Dur- am} এডিনবৰা (Edinburgh} মাগো glasgn) লন ( London) ইত্যাদি-আজিকালি মেনচেষ্টৰ (Manchester) বামিংহাতো (Birming- han) হৈছে। ওয়েল (wales) এবাৰিউইথ (Aberyt with) বুলি ঠাইত বিশ্ববিদ্যালয় আছে। আয়াল গুলি, বেলফাতো (Belfat) বিশ্ববিদ্যালয় আছে। আমি বিবোৰ উল্লেখ কৰিছে। সেইবোৰৰ বাহিৰেও আন ঠাইত বিশ্ববিদ্যালয় আছে। এইবোৰৰ ভিতৰৰ অক্সফো আৰু কেৰিকেই প্ৰধান। এভিনবৰত আমাৰ দেশী লৰা এয়ে ভাজৰী পঢ়িবলৈ খায়, তাত (Arts Science) শিল্প আৰু বিজ্ঞান বিষয়েও খুব সুন্দৰৰূপে পঢ়িব পাৰি। গাগোও পুৰণা, ইয়াতে ডাক্তৰী কলেজ আছে। আজিকালি গ্লাগোত বহুতে লৰাই এনিয়েৰিং পঢ়ে। স্বৰ্গীয় ঙা গোলাপ বেজবৰুৱা গচিগোতে থাকি ডাক্তৰ হৈছিল। আৰু এজন অসমীয়াই চপোত ডাক্তৰী পঢ়িছিল তেওঁৰ নাম ডাক্তৰ আত্তৰংচা। কটলেগু ইংলণ্ডতকৈ অলপ সম্ভাৰ থাকিব জানিলে ইংলণ্ডা সস্তা আৰু থাকিব নেজানিলে টলেখো মৰগ। ঝুটলেও ইংলণ্ডতকৈ সস্তা বুলি নাম আছে সেইদেখি আমি সেই বিষয়ে ইয়াতে উল্লেখ কৰিলে। আৰু এটি কখ৷ এইখিনিতে উল্লেখ কৰে। আমাৰ অসমীয়া শৰ ডাক্তৰ নহয় কিয়? বিগতলৈ নগৈ কলিকতাতে তো ভাইৰ হোৱা যায়। আমাক অসমীয়া ডাক্তৰ লাগে। বিলাতৰপৰা উহি অহা আমাৰ তিনজন ক্তিৰ আছিল;--ডাক্তৰ বৰা নাই; ডাক্তৰ বেজবৰুৱা মই; এতিয়া কেৱল ভাক্তৰ কৰ্ণেল শাল, 'আলি আছে। আমাক অসমীয়া ডাক্তৰ আৰু লাগে। কলিকতাৰপৰা পাচ হোৱা এজন অসমীয়া L. M. s, জাক বৰেপৰান অসমীয়া মাথোন। আসামত কিমান লা আছে, তেওঁলোকৰ অভিভাবক সকলে কেৱল একেটা বাটেদি তেওঁলোকক নপঠিয়াই শিক্ষাৰ ভি মি বাটেদি পঠাই কিয়? এটা সুখৰ কথা—সাপানৰপৰা উভতি নই।