এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১ বছ৮ম সংখ্য বাণী গোপীগণে বেৰিবেৰি চায়। আজিকালি কলিকতাত ৰাধাই বজায়। বুকত মেঠনি মাৰি মৰা নচুৱায়। ৰাধাৰ সুকী ধ্বনি শুনিবলৈ কেনে। সম্পাদক মায় বৰুৱাই হে জানে। আমিও নেজানো গুণ গুনিলে কাণে। ইমান দূৰৰপৰা বুজাব নো কোনে। ৰাধাই এদিন বাহী বইছিল হেনো। শিকাইছিল কৃষ্ণই ইয়াকে হে জানো। নাহিল শৰীৰৰ ভা, নেভাগিল। হাঁহি উঠি গুচি গল বৃন্দাবন কানু। ৰাধাই বা বাহী কতো শুনা নাই। উত্তৰ পঠাব মোলৈ বেজবৰুৱাই। বাহ। বিল প্ৰাণে বাঁহী কিমাহ ফুটায়? সুন্দৰ মোহন মন্ত্ৰে আবেগ জনায়। শহীৰ কোমল প্ৰাণ মধুৰতষয়, সুন্দৰৰ ৰৰুে ৰৰে বিয়াপিত হয়। তন্ম তাৰৰ সুৰে নাচে চালি ধৰি, খুব শীৱৰ আত্মা আপোনা পাৰি। চন্নকুমাৰ আগৰৱালা।