২৩ বাহী। মেটনিফকে অনেক দিনৰ আগৰপৰা এইটো মম কৰি আহিছিল কে মঙহ আদি শন্তু টেঙা দৈ-গাখীৰত বা খোল বা ছেনাৰ পানী জুবুৰিয়াই খলে সি সহকাই নেগেলে। তেওঁ এই কথাটোবিশৰিৰ কৰোঁতে তেৰ মনত খেলালে যে ফদি হৈ-গাখীৰ, ঘোল, আৰু ছেনাৰ পানী এনেকুৱা বস্তু হয় ষাৰ ভিতৰত মঙহ জুবুৰিয়াই থলে সেই মঙহ শোনকালে গেলি-পচি নেযায়, তেন্তে সেই -ৈশাখীৰে বা বোলে বা ছেনাৰ পানীয়ে আমাৰ পেটৰ ভিতৰত পাক- স্থলী আদি ঠাইবোৰকো কি গলি পচি নোযোৱাকৈ ৰাখিব নোৱাৰিব? তেওঁ আৰু এটা কথা দেখিলে যে পৃথিবীত এনেকুৱা কিছুমান জাতি আছে যিবোৰৰ আহাৰৰ সৰহ ভাগ -ৈগাখীৰ, খোল ইত্যাদি; আৰু যি মঙহ কোনো-কাচিৎ হে খায়। সেই মানুহবোেৰ সবল আৰু সুকায়; আৰু সিহঁতৰ ভিতৰত দীৰ্ঘজীবী সুস্থ আৰু পাত বল থকা বুঢ়াৰ লেথও সহ। -ৈপাখীৰ আহাৰী সেই মানুহবোৰৰ শল আদি তেওঁ পৰীক্ষা কৰি দেখি যে তাত শৰীৰ ধ্বংসকাৰী শক্ত জীবাণুৰ লেখ সাধাৰণত দৈ-গাখীৰ নোখোৱা আন মাহৰ শৰীৰত থকা শক্ৰ জীবাণুৰ লেখতকৈ ভালেমান ঋণ তাৰ। ইয়াৰ পিছত মেটছনিককে অনেক পৰীক্ষা কৰি কৰি এইটো স্থিৰ সিদ্ধান্তলৈ আহিল যে টেঙা দৈ-গাখীৰত আৰু পোলত “লেটিক মাইক্ৰব” (lactic microbe বুলি এবিধ জীবাণু থাকে, যি আমাক বুঢ়া আৰু জুলা কৰা সেই শ জীবাণুবোৰ মাৰি ধবংস কৰিব পাৰে। সেইদেখি আমাৰ তেজত থকা ফেগচাইট জীবাণুবোক সহায় কৰিবলৈ আমাৰ শৰীৰৰ ভিতৰত এই লেকটিক জীৱাণুৰ শেখ বঢ়াব লাগে, যাতে দুই জাক জীবাণুৱে গোট থাই আমাৰ শত্ৰু জীবাণুবোৰৰ কাৰ্যৰ প্ৰতিৰোধ কৰিব পাৰে। বুঢ়া মানুহৰ গাৰ জীবাণুবোৰ ডেকা বাৰ এৰ গিনিপিগ আদিত মাই সিহঁতক বুঢ়া কৰাৰ পিছত দৈ-গাখীৰৰপৰা উলিৱা সেটি জীবাণু বোৰ সিহঁতৰ গাত নুমাই দি মেটনিককে দেখলে যে সিহঁ বুঢ়া এটি
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৭৮
অৱয়ব