পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গত। ভূপালী-চিতেতালা। আজি ৰাগুলি, বিহু বিহু বুলি, পাত তুলি, কুলিয়ে যায়। উঠি তাৰ ধ্বনি, লাথি খলকনি, মোহিনী মামনি,চোৱাই যায়। ই শুভ কাল, সমজুৱা যত, নাই। মনে মনে, কৰে। খচিত, অমঙ্গলজাৰী, হৰিৰ পাত, উছৰণি লিওঁ, আৰাকায়। বেণুধৰ ৰাখোৱা, ৰ এ। গীত। (“শুৱনি ফুলনি আজি'—সুৰ। ৰঙৰ বহাগ বিহু আহিল আজি ৰঙে ভৰা। উলাহত নিমগন অসমীয়া লৰা বুঢ়া। বহিছে মলয়া বাও, কুলিয়ে কাফিছে না, | ভোমোৰা ফুলত পৰি গাই উলাহিছে। খত ঘন তৰু লতা, ফুল ফলে সুশোভিতা, ৰঙত বিভোলই আজি যেন হিয়া ভৰা। যোৱা শোক দু এৰি, ইয়াল পৰিহাৰ, | ইজনে সিজনে মিলি পীৰিতি চেনেহ কৰ এনাথ বেজবৰুৱা।

  • ভ ল বিসৰ

পোনাখালাসী গv ntv