পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাহ। (১ম ব শামা এবোৰ যদি জানিব লগীয়া নতুন কথা একো নাই তেন্তে বৰুৱালেৰে সেইবোৰ নপঢ়ি এলাগতীয়াকৈ পেলাই থোৱাহেঁতেলেই তেওঁৰ গৰপৰা লোটো ছিগিলহেঁতেন; পঢ়ি পাহৰিলেও “হোম” মিটিলহেঁতেন। সেইবোৰ কথা যি নাজানে বা ভালকৈ নাজানে তেনে লোকলৈ হে অৰ্থাৎ ধৰুৱাৰেওতকৈ কম পণ্ডিত লোক হে (যাৰ লেখ অনেক লেখা হৈছিল। এতেকে আমাৰ প্ৰবোৰত বৰুৱাদেণ্ডলৈ নতুন কথা নথকাত আমাৰ যি টী তেওঁ ধৰিছে, আশা কৰে। এৰি দিব। আমি কোনো প্ৰৱন্ধত আঁ-ফলা কথা লেখা নাই; সচা কথা আৰু বুৰঞ্জীয়ে প্ৰমাণ কৰা কথা হে লেখিছে। বৰুৱাদেৱে অনাহকত sen- sitive অৰ্থাৎ মোক ফুলে-ফুলে ধৰিলে-বিলে লোকালে-লোকালে হৈ মিছা বিভীষিকা দেখিছে কিয়? "মৈম” যদিও গন্ধ, কিন্তু গল্পৰ ভাগ বাদ দিলে ভাত নিখুত সত্য আছে। আগৰ কালত মাহোম ৰজ। সকলৰ মৈদামৰ ভিতৰত কি কি দিয়া হৈছিল সেই কথা সকলোৱে জানে; বৰুৱাদেৱে নানা ভাও জুৰিলে শিব কেনেকৈ? · মৈদামত দিয়া মানুহজনে তেওঁক ীয়াইয়াই মৈদামত সুমাই দি পোত বাৰে সৰ্গদেও লক্ষণৰ ওপৰত খং আৰু ধণা প্ৰকাশ নকৰি যে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা 7

  1. "They ( Ahoms) bury their dead with the bead to-

wards the east, and the feet towards the west. The chiets erect vaults for their dead, kill the women and servants of the deceased, and put into the vaults necessaries of various kinds, such as elephants, gold and silver vessels, carpets clothes and food. They fix the head of the corpse rigidly with poles, and put a lamp with plenty of oil, and a torch- bearer alivo into the vault to look after the lamp. Ten such vaults were opened by order of the Nawab, and pro- perty worth about 9oooo rupees was recovered" Fatbiyah l' Ibriyah