পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। [ বছৰ ৭ম স } কায়স্থৰ বেলেগ বেলেগ সমান হৈ, আৰু হিন্দু মদুশমানৰ মাজত মনান্তৰ খটি তাৰতীয় সমাজ দুৰ্বল হোৱাৰ ঘৰে, আসাৰ বামুণীয়া আৰু আহোমীয়া সকলৰ ( যি বৰ্তমান অঙ্গলে গোটেই অসমীয়া জাতিৰ অৰ্দ্ধেকৰো অধিক) মাজত মনান্তৰ ঘটি উঠি অহা অসমীয়া জাতিটো অকালত দুৰ্বল হয় বুলিতে আশঙ্কা। এই বিষয়ে আমাৰ মতামত সম্প্ৰতি বহলাই কবৰ মন নাই, লিখেতাই নিয়ে আৰু চিন্তাশীল পাঠকসকলে ধাহী”প্ত প্ৰকাশ হোৱা মাম”, “গত সৃষ্টিৰ বিষয়ে আহোম স্তুৰ মত 'ৰ তলত সম্পাদক টিপলি, “হোম” গৰ্ষক প্ৰবন্ধ এইবিলাক নগৰি পঢ়িলেই ওপৰত কোৱা আশাৰ বিষয়ে তালকৈ বুজিব। লিখাৰ বাৰ বুক পাঠক মাত্ৰেই বুজিছে যে, "মৈদাম" সপোনৰ আবেশে লিখেতিৰ আন্তৰিক ভাষৰ বিকাশ যাখখান।এই সপোনৰ সামৰণিত প্ৰবন্ধ লিখাই আহোম ৰাজপৰিয়াল সমুলঞ্চে ধ্বংস হোৱাত যি অনুপম সুখ অনুভৱ কৰিছে, আহোম শাস্তুৰ মত ওপৰত যি ইতিকিং কৰা হৈছে, "আলামত আহোমৰ গুৰি জোখৰ” সম্পৰ্কে যি মন্তব্য ঘটোৱা হৈছে তাক অলপ সৃষি পঢ়িলেই ওপৰত কোৱা কথা ভাব ভালকৈ বুজিব পাৰি। | যি আহোমৰ শাসনাধীন প্ৰায় ৪০০ বছৰ কটাই সিদিনা মানে । এটা শতাব্দীও পূৰ্ণ নৌ হয়। আন এজাতিৰ শাসনৰ তললৈ যোৱা হৈছে, বি হোম ৰাজত্ব খিত্তাপেৰে আজিও অসমীয়া ভাঙৰীসকলে ৰাজকীয় মাদাৰ চিনাকি দি গৌৰৱান্বিত হয়, আহোম ৰাজপ্ৰদত্ত ব্ৰহ্মোৰ দেবোৰ মাটিৰে আজিও আসাৰৰ অনেক বামুণ, গোসাই, মই প্ৰৱৰ্ত্তিৰ লাগিছে সেই লাহোম ৰক্ষপৰিল ধবংস বা নিৰ্বংশ হোৱাত আজি ইমানটো আনন্দ। ফি পাহোক সন্মানৰ বাছনি শখেৰে হে সম্বোধন কৰা হৈছিল, আমি সেই আঘোষক ইত” সিহঁত" কৰিবলৈ ইমানটা আগ্ৰহ। | বন্ধু বিষয়ক কথা মাই সকলো জাতিৰ পাতে কম-বেছি কিছুমান অলৌকিক বৰ্ণনা থাকেই,-ধামুণীয়া শাও এই নিয়ম বা নহয়; পিচে লাহোম শাস্ত্ৰৰ হেনে বৰ্ণনাত ইমান বিক্তি কিয়? তাহানি চিলাৰায়ৰ বিৰুদ্ধে আহোম ৰজাৰ ফলীয়া কিছুমান কছাৰি, বী চুটীয়া ইত্যাদি মাহে লঞ্চণ পিন্ধি কপিলাৰ ওপৰত উঠি যুগল।