পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিলাতৰ চিঠি। সুন্দৰ কাপোৰ-কানি পিন্ধা শৰ মানুহৰ ওচৰত খাত খোজকাঢ়ি সমূত্ৰতীৰৰ ওন (Ozone} খাই শৰীৰ আৰু সনক সুস্থ কৰা বৰ তৃপ্তি। সমুদ্ৰতীৰৰ ঠাইলৈ ঘোৱা মানে ফুৰা, কেয়ল বাহিৰত থাকি শৰীৰক সবল কৰা আৰু মনক তৃপ্তি কৰাকেৱল এই কাম। বালৈকেৱল খাবলৈ হে যোৱ হয়। আপোনাৰ যদি ইচ্ছা হল আপুনি ল্যাণ্ডেপাড়ী কেৰেয়া কৰি ফুৰিৰ পাৰে; আৰু ভাঙৰ ডাঙৰ গাড়ীতে বহুতো মানুহ ব্যাব পৰা কৰি যাব পাৰি। এই মন কৰক ৮৯ মাইল এক ছিলিং গাই পতি দি ঘূৰি আহিল। ওচৰত হয়তো এটা পুৰণ। দুৰ্গৰ ভগ্নাৱশে আছে, পাইপতি, ধৰক, অ যোৱাৰ খৰচ দু হিলিং। আপুনি দু ছিলিং দি হয় তো ২০১৯৫ মাইল ফুৰি আহিল। এই দু ছিল আপোনাৰ নিজৰ কেৱল কেৰে গোটেই গাড়ীখনৰ ক্ষেৰে নয়। এনেকৈ আপুনি Devils Dyke বুলি ব্ৰাইটনৰ ওচৰত এটি ঠাইলৈ যাব পাৰে। তাত সুবিস্তীৰ্ণ মুকলি ঠাই,দুয়োপিনে ওখ ঠাই এডোখৰ আছে;-পৰ্বতেই একম; তাৰ মাৰ valley ডোখৰত ফুৰিবলৈ ভাল। ইয়াত চাহ খাবৰ ঠাই আছে মা আমোক এমোদৰ নানান উপায় আছে; যেনে বক মৰ ঠাই (সুৰা shooting range); নাৰিকলদি দূৰৈৰ আৰু এটা নাৰিকলক মাৰিবলৈ চেষ্টা কৰা, ইত্যাদি। এই Devils Dykeতে মামল। বুঢ়ী এজনী (Gipsy Lee) আছিল। এই পিচী নীয়ে হাত চাব পাৰিছিল। মিছা নে সচা কৰ নোয়ৰে, বোলে ডিউক অব ক্যাৰেক মৃত্যুৰ কথা তেওঁৰ মৃত্যুৰ আগৈয়ে তাই কৈ দিছিল। আজি ইয়ালৈ কাইলৈ লৈ, আপনি যদি এসপ্তাহৰ নিমিত্তে যায়, এসপ্তাহ যে কোনপিনে কেনেকৈ উৰি গল আপুনি কবকে নোৱাৰিব। | এই ব্ৰাইটনছে (আচলতে Hove) Sussex county Cricket Ground। ইয়াৰ উল্লেখ কৰিছে। কিয়নো ইয়াতে প্ৰথমে আমি ভাৰতৰ গৌৰৱ ৰণজি’ক ক্ৰীকেট খেলা দেখিছিলোঁ। ৰাজি Sussex Cricket Clubৰ কাপ্তেন আছিল। ই এটি গৌৰৱৰ বিষয়। তেওঁ কানে কেব বাৰো হৈছিল। ৰণজিৎ সিংহ, জালি কালি এও জামনগৰৰ ৰজা, কাকে খেলৰ ৰা। তেওঁৰ দৰে Batsman বিৰল। বাজিয়ে হাতত যে লৈ “কীলৈ ওলালেই আটাইৰে মুখত “Oh, Look, look, theres Ranji