পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঠে, ১৮৩২] বিলাতৰ চিঠি। চৰ এন পোকান আপোনাৰ হেঁপাহ (avourite) ফিনি- বলৈ যাব, আকৌ weatherৰ কথা। হয়তো afternoon tea partyলৈ আপোনাৰ নিয়ণ, বহুতে তিতাৰ সমাগম; aren't we having wretched weather miss -- "Oh wretched isn't the word." অথবা "fon't it wretched?" আমাৰ নব্যশিতি মাহে আশাৰ গোশত ইংৰাণী নিয়ম অনুকৰণ কৰি “weather'ৰ কথা। আমাৰ weather তেমে পৰিবৰ্তনশীল নহয়, সেইদেখি সেই নিয়াত নেখাটে। কিছুদিনৰ আগৈয়ে বিলাতৰপৰা আমি এক উভতি আহোতে কলিকতাত এজন শিক্ষিত। গাভৰু ছোৱালীৰ সৈ:ত চিনাকি হোৱাৰ পাছতে ত্ৰেও আমাক সুধিলে “What do you think of the weatle"। জাৰ ভদ্ৰোচিত যি উতৰ দিব লগীয়া দিলো। আন এজন “বিশাত ফেৰৰ" পৰা শুনিলে। সেই ভদ্ৰমহিলাৰে তেওঁৰে সৈতে চিনাকি হোৱাৰ পাছতেই আমাক সোধাৰ পৰেই তেওঁকে। সেই একে প্ৰশ্ন সুধিছিল। আমি ইয়াত শপ হিশে। আন এদিন এটি সান্ধসন্মিলনত আকৌ সেই মহিলাজনৰে সৈতে দেখা হোৱাত আকৌ সেই প্ৰশ্ন What do you think of the weather?” সেইখিনি সময়ত এই বিষয়ু লৈ আমাৰ ভিতৰত এটা হাঁহিৰ কৰা হৈ পৰিছিল। ইংললৈ পলে এটি কথা বৰ কাণত লাগে-শেই কথাটি পথে ইষ্ট (Thank you; যেতিয়াই তেতিয়া"ধ উ”। বাপেক মাকে ছেক জায়েকক, পুতেক জীয়েকে বাপেক মাকক, পিৰীয়েকে ৰৈণীয়েকক, ঘৈণী- মেকে গিৰিয়েকক, বন্ধুৱে বন্ধুক, এনে কি চা চাকৰনীকে, “থে উ” দিৰ লাগে। এটা বন্ধু আপুনি এখন দিলে তেওঁ কয় "Thank you আকৌ আপোনাৰ বন্ধুকে আপোনাক তেওঁ ওই দিলে আপুনি কৰ Thank you”। “Thank you” নাোেৱাটো বৰ ভঐ কম। বাটত বৰ ছি, আপনি ভিৰ ঠেলি যাব খোলে; সেইখিনি সময়ত will you let me pass, please” কোৱাটো কথা বহুতে কেবল "Thank you কৈয়েই পাৰে। এই " ইউ” কোৱা অভ্যাস গত সাত আট বিন মানতে হৈ যায়। ৰেলভ টিকিট কিনোতে "Thank you", আপুনিও "খে