পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শুৰী নহওঁ ৰখা, পাই মোক গোটেই চিবা," যি আহে মুখত কৈ কিয় ফায়? পাৰে নিয়ক কৃষক মাতি, বাধাৰ গাত কি কৰ মাটি? পেচোনা কামুক ৰাধাই লুকাই থোৱা নাই। যাৰ বস্তু তাৰ সে, তাইৰ কিয় চকু পাৰে? সেইজনীৰ মুৰত জানোলা-কাজ নাই। শ্ৰীকৃপাবৰ। মোৰ দেশ। (গীত ) (ইংৰাজী সুৰ) অ মোৰ আপোনাৰ দে।। শ মোৰ চিকুণি দেশ! এনেখন সুৱলা, এনেখন সুফলা, এনেন মৰমৰ দেশ? এ আৰ সুৰীয়া মাত! অসমৰ সুৱদি মাত! পৃথিবীৰ কতো বিচাৰি নামটো নোপোৱা কৰিলেও পায়।