সমললৈ যাওক

পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহী। ১ম বহু ৭ম সংখ্যা বসন্ত! তোমাক মই বৰ ভাল পাওঁ। শীতৰ চেপাত মোৰ লেৰেল। শৰীৰ, নেদেখি তোমাৰ জ্যোতি চিন্তাত বী। বছৰেক বাট চাই আছিলে। ভাগৰি, চিন্তা-নিহাশীৰে ঢকা পাটাত বাগৰি। এতিয়া তো কপ-সৌন্দৰ্য্যৰ খনি, চাই আনন্দেৰে ঘোৰ সুৰে হিয়াখনি। অনুপম শোভাৰাশি দিন-ৰাতি চাও, শ। তোমাক মই বৰ ভাল পাওঁ। বুলিয়ে তোমাৰ মন তোৰে গীত গাই, কবিয়ে নীৰৱে বহি সৌন্দৰ্য বৰ্ণায়। সবমী ঋষিয়ে তুতোষাৰ শোভাত, শুৰৰে সাম-গান গায় উলাহত। বাসী বায়ুৰ মৃদু তৰঙ্গ মিলে, নচুৱাই পুখুৰীৰ প্ৰকুৰ কয়জ। চাই -তৰহেৰে হিয় এপাও, বা! তোমাক মই বৰ ভাল পাওঁ। শীত বৰষাত হই আতিকে স্কুল, তবু আগমন ভাবি হওঁ জনা কল্য। ভাবে। মনে মনে, “শীত বা দূৰ হোক, বাসন্তী শোভাবে মোৰ অন্তৰ ভৰাক।” কৰি নে কৃপা তুমি ছানি স্বৰ্গ সুখ? থাকি ৰে চিৰকাল বিতৰি আলোক? খাকা তুমি; চাই চাই সুখ-শীত শা, নবী আবেৰে মোৰ হিয়া ওপচাওঁ। &দীনাথ কলি।