cat orn এগৰীয়া আৰু গাৱলীয়া জীৱন। কৰি শিক্ষা বিভাৰ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু গাঁৱত এই সমোৰোৰ। অভাৱ। এই হেতুকে গাহঁতৰ খোৱা লোৱা সামান্য গৃহস্থালী চিন্তাৰ বাহিৰে ওখ আকাঙ্ক্ষা, শাৰ্জিত বুদ্ধি হোৱা সুকঠিন, অ! এই হেতুকে সিহঁতৰ ভিতৰত কুচিন্তা কদাভাস আদিসহজে ঠাই পাই সিহঁতৰ নৈতিক কি মানসিক বৃত্তিবোৰ কলুষিত কৰে। গাৱত দেশাচাৰ অতি প্ৰৱলৰূপে চলিব লাগিছে; কোনেৰে তাৰ অলপ লৰচৰ কৰিলে ৰা কৰা গম পালে গাইতে তাৰ ওপৰত ধিম অত্যাচাৰ আৰু কৰ; এতেকে সমাজ সংস্কাৰ কি কোনো উদানীতি চলাবলৈ হলে নগৰেই পথ প্ৰদৰ্শক হব লাগিব, কাৰণ নগৰত থকা মানুহবিলাকে অনেকৰ লগত ফুৰি-চাকি দেখি শুনি দকৈ পৰি চাব পৰা হয় আৰু সমাজৰ দোষবিলাক ধৰাবলৈ যৎপৰোক্তি এই কৰিব পাৰে। গাইতং নিয়ে স্বাধীনভাবে সকল বিষয়ু বিচাৰ কৰিবৰ ক্ষমতা জন্মবলৈ আৰু অনেক দিন আছে; বিদ্যা শিক্ষা অভিজ্ঞতাই এই কাৰ্য্য সাধিব পাৰিব। নগৰত দেশাচাৰৰ কোষোৰা ক্ৰমে মোক খাইছে আৰু কালত সমাজ উচ্চ অগতাত পৰিণত হব যেন অনুভৱ হয়। বি হক শিক্ষিত ডেকাসকলে নন কবে দি নিজ দায়িত্ব বুজি আক কওঁ। স্থিৰ কৰি চন্মিলেই স্বদেশৰ এত উন্নতি সাধন যে কৰিব পাৰিব আমি এই বিষয়ে অলপপ সংশয় নকৰো। উপেন্দ্ৰনাথ বৰুৱ॥ বসন্ত। বসন্ত! তোমাক মই বৰ ভাল পাও, লগত তুললাৱা ৰূপ দেখি লে যাও। মন পাতেবে ব} খোপা মনোলোভা, সুগন্ধি ফুলৰ চাকি তাতে যে খোঙ্কা! মলয়াৰ পৰশত নচা হালি ফুলি, লোনলি বশনে ধৰে হিয়াখনি তুলি। মন্ত্ৰমুগ্ধ সশ্লাৰ একেৰাহে চাওঁ,