নগৰীয়া আৰু গাৱলীয়া জীৱন। প্ৰথমতে চাব লাগে নপৰ” কাক ফেলা যায় আৰগাওঁ” কাক বোগ যায়। যি ঠাইত বহু লোক সুশৃঙ্খলাৰূপে থাকে, যি ঠাইত হাট বজাৰ বেহা বেপাৰ আদি সুল আছে, যি ঠাইত ৰাকী কাৰ্য চলাবলৈ ৰা কৰ্মচাৰী থাকে আৰু ৰাস্তা ঘাট বাট আদি অনেক প্ৰকাৰ কাৰ্য অধিবাসীবোৰ সুবিধাৰ্থে কৰা হয় সেই ঠাইকে নগৰ বোলা যায়। যি ঠাইত লোক সংখ্যা কৰ আৰু ওপৰত কোৱা সুবিধাবোৰৰ অভাৱ, সেই ঠাইকে গাওঁ বোলা যায়। নপৰত থাকিলে শিক্ষা স্বাস্থ্য আদি সম্পকে যেনে সুবিধা পোৰা যায় সেইদৰে (টক্স আদি তৰিব লাগে আৰু জীবিকাৰ খৰচাদিও অনেক পৰিমাণে সবই হয়। তদুপৰি গাৱত যেনে কটকটীয়া বাৰ নিয়মতে চলিৰ লগীয়া হয় নগৰত অনেক প্ৰকাৰ স্বাধীনতা ভোগ কৰিব পাৰি। এই হেতুকে নগৰলৈ নানা ঠাইব নানা ৰকমৰ মানুহৰ সমাগম হৈ সি মাথোন লোকসংখ্যাকে যে বৃদ্ধি কৰে এনে নহয়, ভাত বাজেও জীবিকা অৰ্জিবৰ অনেক অনেক সৎঅসৎ উপায় উস্তাবন কৰিবলৈকো মানুক বাধ্য কৰে। গাৱত প্ৰত্যেক গৃহস্থই আপোন আপোন আৱশ্যকীয় বস্তু নিজে আৰ্জি লৈ ভোগ কৰে আৰু নোহোৱা বস্তুটি ওচৰচুবুৰীয়াৰপৰা খুজি আনে; কিন্তু নগৰত হলে বা হাটৰপৰা আনিব পৰা যায় বাবে পৰস্পৰ স্বাধীনভাৱে থাকিবলৈ প্ৰবৃত্তি জনমে। গাওঁ নগৰৰ নিচিন পৰিষ্কাৰ নহয়; খোৱা- বোয়া সত্বেও নগৰ গাৱতকৈ অনেক গুণে শ্ৰেষ্ঠ আৰু সকলো প্ৰকাৰৰ শিক্ষা লভিৰ বিশেষ সুবিধাৰ স্কুল। নগৰত কোনো মানুহ বহি শুই এলেহুৱা হৈ থাকিব নোৱাৰে, কাৰণ, সকলোৱে এটা নহয় এটা কামত লাগি আছে; অৰ্থাৎ কোনোৱে কাচাৰিলৈ কাম কৰিবলৈ গৈছে; কোনোৱে গোচৰ কৰিবলৈ গৈছে; কোনোৱে পঢ়িবলৈকে গৈছে; কোনোৱে কোনো আপীচত কাৰ বিচাৰিয়েই ফুৰিছে; কোনোৱে কুলি, মিস্ত্ৰী আদি কাকে কৰিছে; কোনোৱে বেহা-বেপাৰ কৰিছে; কোনোৱে জুৱা খেলি সৰ্বস্বান্ত হৈছে; কোনোৱে বচলাহুত ফুৰিছে, ইত্যাদি কমে সকলোৱে জীৰিকাৰ কাৰ কৰিব লাগিছে, যা বাদি যা সাহিত্য বিজ্ঞান প্ৰশ্মালোচনা
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৫০
অৱয়ব