জেঠ, ১৮৩২ ] মহা মহোপাধ্যায় চন্দ্ৰকান্ত তালাৰ। ২৭ তেওঁৰ হাতত জিজ। তেও সেই কাম দক্ষতাৰে সমাধা কৰি প্ৰায় ২৫ হেজাৰমান টকা বঁটা পায়। চন্দ্ৰকান্ত তৰ্কালঙ্কাৰে বিদ্যা চৰ্চাত ইমন এ ভাৱে মন দিলি যে তেওঁৰ জীৱনৰ শেহ সময়লৈকে সদায় তেওঁৰ লেখনী চলিযই লাগিছিল। ১৯০১ চনৰপৰা তেওঁৰ শৰীৰ অলপ অলপকৈ কাহিল হুলৈ ধৰিলে। গানে কাহিল শৰীৰ লৈয়ো তেওঁ বৰ পৰিশ্ৰম আৰু পুৰুষাৰ্থ কৰি তেওঁৰ তেতিয়া লৈকে দুপ। নোহোৱা বাকা এগে ছুপাই উলিয়াবলৈ যা কৰিছিল। লালীকৈ তিনি বছৰমান তেওঁ নৰিয়াত ভুগিও এদিৗলকে লেখা-পড়া গত কৰা মাহিল। সেই নৰিয়। গাৰেই তেওঁ বিশ্ববিদ্যালয়ৰ এম, এ” আৰু “খাইচান্স প্ৰেমচাল' পৰীক্ষাৰ কাৰ্য আৰু তেওঁৰ স্থাপিত নিজা টোলৰ লম লৈ সদায় বৰ ৰও আছিল। ইয়াৰ বাহিৰেও তেওঁ আৰু তিনিখন পুধি ৰচি থৈ গৈছে। “শ্ৰাদ্ধ চালেক,” “দুৰ্গাসুন্দৰ” আৰু “অনুভূতি প্ৰকাশ ,” বৰ পোকৰ বিষয় তে শেহব পৃথিখনৰ মোটে সাত অধ্যায় টীকা হে লিখিব পাৰিলে। বাণীকেই অধী এতিয়াও অসম্পূৰ্ণ হৈয়েই আছে। এই তিনিধন পুপি তেওঁ ছপাবলৈকো সময় নেপালে। প্ৰায় তিনি বহুবমান তেওঁ ৰাজযক্ষ। নৰিয়াত কষ্ট পোৱা দেখি তেওঁৰ ভদ্ৰু-শিষ্য আৰু কলিকতাৰ বৰবাৰৰ প্ৰসিদ্ধ চহকী মাৰোৱাৰী সৰ্দাগৰ প্ৰযুত কমল গোৱেকা গুপ্তই তকালঙ্কাৰক স্বাস্থ্য পৰিবৰ্তন কৰিবৰ নিমিত্তে বাত যত্ন কৰি কাশীলৈ পঠয়াই দিয়ে। কিছুকাল কাশীবাশত বাস কৰি সেই প্ৰাতঃস্মৰণীয় মহাপুৰুষে ৭৪ বছৰ বয়সত, ১৯১০ চনৰ ২ কেব্ৰুয়াৰি বুধবাৰৰ দিন। মনুষ্য দেহ এৰি স্বৰ্গী হল। তেওঁৰ সহধৰ্মিণী তেতঙ্কে জগেয়ে স্বৰ্গী হৈছিল। তেওঁবিলাকে দুটি পুতেক আৰু দুজনী জীয়েক থৈ গৈছে। তেও বিপাক তিীয় পুতেক ৰাসুৰ এজন ভাল পণ্ডিত। হেমিং বো।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৪৯
অৱয়ব