শেঠ, ১৮৩২] মহা মহোপাধ্যায় চন্দ্ৰকান্ত তৰ্কালঙ্কাৰ। জ্ঞান আৰু শিক্ষাৰ জেউতিৰে নবদ্বীপ উজ্জল কৰি থৈছিল। দেশ বিদেশ পৰা বহুত পণ্ডিত আৰু ছাতৰ আহি এই মহা জ্ঞানী পতিসকলৰ পদসেৱা কৰি সংস্কৃত শাস্ত্ৰ অধ্যয়ন কৰিছিল। চাই নবীপলৈ গৈ পোনতে সিদ্ধ নৈয়ায়িক পণ্ডিত মাধৱচ সিদ্ধান্ত শিষ্য হৈ কায়দা পঢ়ে। অ একাগ্ৰতা আৰু সূক্ষ্ম বুদ্ধিৰ বলত চলুকাই অলপ দিন। ভিতৰতে তেওঁৰ অধ্যাপক মাধৱচন্দ্ৰ তলিছাৰ মনত শোমাই পৰিল। তৰ্কসিদ্ধান্তই তেওঁৰ নতুন ৰা-ছ।তৰ চন্দ্ৰকাৰ অসাধাৰণ বুদ্ধি আৰু প্ৰশৰ প্ৰত্যুৎপন্নমতি দেখি মোহিত হৈছিল। মাধৱচন্দ্ৰ সিদ্ধান্ত তা চ- কাই এইদৰে ন্যায়শাস্ত্ৰ ভালকৈ গঢ়ি উঠি ব্ৰজনাথ বিদ্যাৰ তলত সুখি শাস্ত্ৰ পঢ়িবলৈ আৰম্ভ কৰে। তেওঁ সেই শাস্ত্ৰ বৰচি মাৰি পঢ়ি আঁতাই কানাথ শান্ত্ৰীৰ তলত বেদান্তও নিখুতকৈ পঢ়ি সকলো গিজব কায় কৰি নবদ্বীপৰ পণ্ডিতসকলৰপৰা তৰ্কালঙ্কাৰ উপাধিতে ভূৰিত হৈ জন্মভূমি সেৰপুৰ গাঁৱলৈ উভতি জাহে। জ্ঞান, বিদ্যা আৰু উপাধিৰে অঞ্চত হৈ চন্দ্ৰকান্ত তৰ্কালঙ্কাৰে নিজ দেশত এখন “চতুষ্পাঠী” (চাৰি বেদ শিকোৱ। টোল খুলিলেছি। তেওঁ নিজ দেশলৈ বিধান হৈ উভতি আহি সংস্কৃত টোল খোলা বাতৰি চাৰিওফালে বিয়পি পৰিল। দেশদেশান্তৰৰপৰা বহুত পণ্ডিত আৰু ছাৱ আহি তেওঁৰ টোল চাৰি বেদ অধ্যয়ন কৰিবৰ মনেৰে চন্দ্ৰকান্ত তৰ্কলঙ্কাৰৰ শিষ্যত্ব স্বীকাৰ কৰিলে। সেই পণ্ডিত আৰু ছাতসকলক তেওঁ বিদ্যা আৰু আন শিক্ষা দিয়াৰ লগে লগে সদাই অকাতৰে নিজে পোষণ কৰি আশ্ৰয় দি পঢ়াই আছিল। তেওঁৰ ঘৰত সদাই আয় আঢ়ৈনি ছাতৰ গুচিছিল। তেওঁৰ টোলৰ ন্যায়, সংখ্য, বেদান্ত, স্মৃতি আৰু কাৰ্য পঢ়। ছাৰেগবৰ্ণমেণ্টৰ টাইটোশ” পৰীক্ষাত সদাই অইন ছাতক চেৰ পেলাই সন্মানেৰে উত্তীৰ্ণ হৈ আহিছিল। শেহত এই টোল ভালৰূপে চলিবৰ কাৰণে গৰমেন্টে উপচি তেওঁক অৰ্থেৰে সহায় কৰিছিল। এই সময়ত চন্দ্ৰকান্ত তৰ্কালঙ্কাৰে সংস্কৃত ভাষাত উৎকৃষ্ট আৰু বহুমূলীয়া কাব্য “চন্দ্ৰবংশ” ৰচনা কৰে। তেওঁৰ পূৱ আৰু মধুৰ লেখনীৰ এয়েই এথৰ চানেকি। ইয়াৰ পিছত তেওঁ প্ৰবোৰ ঘটক" " “কৌমুদী নুৰুৰ
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৪৭
অৱয়ব