এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
জেঠ, ১৮ ৩২] আজিকালি গতে ততে পোৱা যায়। গালীয়া মানুহেও সহজে অলপ বেচতে কুনি পাব পৰাকৈ গৰমেন্টে ভাক-খৰবোৰই এপইচাত “এপেকট" গাং সক কাগজৰ একো টুপলিকৈ বেচিবলৈ থৈ দিছে। পুৱা। আজি এই শবৰ পুৱ। সমত, দিল যি বাতৰি প্ৰধু সমীৰণ মুখ, বিনেত্ৰে মুগ্ধচিত্তে শুনিলে যেতিয়া, উঠিল চমকি বিশ; সুমধুৰ তান বাতিল বীণত, প্ৰতিধ্বনি সুললিত দশদিশে তাৰ পৱন কোলাহ উঠি বিয়পি পৰিল বিশাল পৃথিবী মাজে, ললি চেতনা পুনু নিদিত জগতে মোহনিদ্ৰা পৰিত্যৰি, সুৰুষ কিৰণে আলোকিত কৰি ধৰাতল দিলে পাতি আনন্দ উৎসৱ কেনে যত ভুমিত। উলাহতে প্ৰকৃতি বিভোল, উলাহত অধমৰ ক্ষুদ্ৰ কৰে গালে আচম্বিতে, নোৱাৰে। বুজি, এ, ধন্য হব শীশা!