[১ বছ, ম স ৰি পুৰণি বিশ্বাস ছিল সেই বিশাসটো নতুন ময়মনীসকলে একেবাৰেই ভুল বুলি কৈছে। মেলেৰিয়া হোৱা ঠাইৰ মাটি জল আৰু বতাহ পৰীক্ষা কৰি দেখা গৈছে যে তাত মেলেৰিয়াৰী সমূলি নাই; সেই জীবাণু সেই ঠাইৰ হ া মানুহৰ গাত হে পোৱা যায়। এখনৰ গাৰপৰা আন এনৰ গলৈ মেলেৰিয়া পঠিয়াবৰ নিমিত্তে মেলেৰিয়া হোৱা ঠাইৰ দূষিত ল বায়ু আদিৰ দ্বাৰাই ভালেমান পৰীক্ষা কৰিও দেখা গৈছে, যে ভাৰ স্বাৰাই সেলেনিয়া উৎপন্ন নহয়; সেই কাৰ্য সকল এনফিলি মহৰ দ্বাৰাই হে হয়। বিলাতত এই কথা পৰীক্ষা কৰিবৰ নিমিত্তে জনচেৰেকে সুস্থ ডেকাক ইটালীৰ মেলেৰিয়া যোণ থকা ঠাইৰপৰা কিছুমান মহ আনি কামোৰোৱ। হৈছিল। দেখা গল যে সেই অহৰ কামোৰ খাই সেই ছেকা কেইজনৰ মেলেৰিয়াৰ হল। এতিয়া এইটো স্থিৰ সিদ্ধান্ত হৈছে যে এনফিলিচ মহেই মেলেৰিয়াৰ কাৰণ। সেইদেখি এই মহাশক সংহাৰ কৰিবৰ নিমিত্তে আজিকালি সকলোৱে যত্ন কৰিছে, আৰু গবৰ্ণমেন্টেও মহৰ বংশ নিৰ্বংশ কৰিবলৈ মানুহ নিযুক্ত কৰি বৰ বাৰ্থ কৰিব লাগিছে। বন্ধ থাই থকা পানীত, গেলা পচা পানীত মহে কণী পাৰে, সেইদেখি সেই পানীৰ ওপৰত কেৰাচিন তেল এনেকৈ ঢালি দিব লাগে যেন পানীৰ ওপৰত সেই তেলৰ মামনি পৰে। সেইদৰে চানি পৰিলে বতাহৰ অভাৱত মহৰ কণীবোৰ ঘোলা হৈ যায় আৰু পোৱালিবোৰ উশাহ লব নোৱাৰি মৰে। মৃত মহে কণী পাৰিবৰ সৰ ঘৰৰ ওচৰৰ তেনে খাল-দোংবোৰ পুতি পেলোৱাটো উচিত। ৰাতি পোওঁতে যাতে মহে কামুৰিব নোৱাৰে, তাৰ নিমিত্তে আঠুৱা শুৰি তাৰ তলত পোৱাটো উচিত। মহ উভচৰ খৰ; সি কণী আৰু পোৱালি অৱস্থাত পানীত থাকে। বামত উৰণীয়া মহক মাৰিবলৈ সিমান উজু নয়; দুটা অহোটা মাৰিলেও অসংখ্য তাৰ ওৰ নপৰে। কিন্তু পানীত পোক অৱস্থাত ভাককে গাকে বধিবলৈ উৰু। মেলেৰিয়াৰ জব কুইনি। নোগীয়ে কুইনিন খালে তেওঁৰ গাৰ ভিতৰত এক মেলেৰিয়াৰ জীবাণুবিলাক বাঢ়িব নোৱাৰে আৰু মৰি যায়। কুইনিন
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৪৪
অৱয়ব