পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গে, ১৮৩২] নেপেৰা বৰ বৰ গৰ। খাৎ হঠাৎ পাত গৰহকৈ তপত বা চো লগোৱামক মেলেৰিয়াই পৰিল চল পায়। এইটোৱেই মেলেৰিয়াৰ সন্ধে বহুকালৰপৰা প্ৰচলিত যাত। কিন্তু আমি কালি নতুন মত আৰু বিশ্বাসে এই পুখি মত আৰু বিশাসক খেদি দি সেই ঠাই লৈছে। আজিকালিৰ যত হৈছে যে মেলেৰিয়াৰ গুৰিত কীটাণু। মাউৰ আৰু আই-ওলোৱাৰ গুৰিত যেনে কীটাণু থকাটো প্ৰমাণিত হৈছে, মেলেৰিয়াৰ গুৰিতত সেইদৰে কীটাণু থকাটো ভাৰসকলে প্ৰমাণ কৰি সিদ্ধান্ত কৰিছে। সেই কীটাণুবোৰে মানুহৰ তেজেৰে সৈতে মিহলি হৈ শৰীৰৰ ভিতৰলৈ সোমাই মেলেৰিয়। আয় বুলি তেওঁলোকে কয়। কীটা:- বোৰ মানুহৰ শৰীৰত সোমাই ইমান সোনকালে নিজৰ বংশবৃদ্ধি কৰে যে অলপ কালৰ ভিতৰতে সিহঁতে মানুহৰ গোটেইটো পাৰ ৰক্ত দূষিত কৰি পেলায়। প্ৰথমতে মানুহৰ গাত মেলেৰিয়াৰ জীবাণুবিলাক মহে সুযায়। এমফিলি (anopheles) নামে এবিধ মহৰ এই কাম। এফিলিচ কোকোনোৰ। বিধৰ হ নহয়, নিঘাতী মহ। সিহঁতে মনে মনে মানুহৰ গাত পৰি থে খায়, আৰু সিহঁতে কামোৰাৰো বৰ গম পোৱা নাযায়। এমগিলিচৰ গুং আৰু মুখত মেলেৰিয়াৰ বাণুবোৰ থাকে, আৰু সি মানুহৰ গাত ও বহুৱাই তে শুহি খাওঁতে সেই জীৱাণুবোৰ মানুহৰ পাৰ তেজত সোমায়। প্ৰথমতে এনফিলিচ মহে মেলেৰিয়াই ধৰা ৰোগীৰ পাত পৰি তা তেয় খাওঁতে সেই তোৰপৰা মেলেৰিয়াৰ গীবাণ সেই মধু পান বায়, আৰু তে ইৰ গাত বাহ লৈ লেখত বাঢ়ি আকৌ সেই মহে যেতিয়া আন কোনো সুস্থ মানুহৰ তেল খায়, তেতিয়া সেই সু মানুহৰ গাত সোমাই তেওঁক মেলেৰিয়া যোগ দিয়ে। এইদৰেই মেলেৰিয়া ৰোগ এজনৰপৰা আন এজনৰ গান খুচৰি যায়। মেলেৰিয়াৰ আৰাই দুষিত জলবায়ু বেলেশিয়া গোৱা বুলি আগৰ