পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৮ বাহাঁ। !ম বছৰ ৭ম সংখ্যা কি কি ব্যশিবোৰক মেলেৰিয়া জাহৰ ভিতৰলৈ তেলে, আজিৰ প্ৰবন্ধ ৩৭ অপপ তু ন গজিছে।। আমাৰ পুৰণি চিনাকি কঁপনি অৰ, একৈয়া-জ, ডোম-জ, কলী-কুৰ, কল-ঘৰ বা কাল-আজাৰ, পৰ্বতীয়া-কাৰ বোৰেই মেলেৰিয়া কুলীয়া জুন। মেলেৰিয়া (Malaria) শব্দটো ইটালীয় ভাবাৰপৰা অহা। Ma মানে শেয়া, aria মানে বায়ু। মেককুলক { Maccullocli} নামে ইংৰাজ ডাক এনে ৮১৭ পৃষ্টাব্দত এই শব্দটো ইংৰাজী ডাক্তৰ শত্ৰত সুমায়। ৰিছে Pষ হ বায়ু, বুজোৱা মেলেৰিয়া শব্দটো লাহে লাহে সেই বায়ুৰ দোষত উৎপন্ন ৱে নৰয়াটোকে বুজোৱা হল। মেলেৰিয়া মানে, ওপৰত লেথ দিয়া ৰবোৰৰে একোটা। পৃথিবীৰ প্ৰায় সকলো দেশতে মেলেৰিয়া ব্যাধি বৰ্তমান। কিন্তু স্বাস্থ্য বিজ্ঞানৰ উন্নতিৰ লগে লগে ঠাইৰ আৰু মানুহৰ স্বাস্থ্যৰ উন্নতি হোৱাত মেলেৰিয়াৰ প্ৰভাৱ আৰু বিস্তাৰ আগতকৈ ভালেমান কমি আহিছে। মেলেৰিয়াত তোগা মানুহৰ জ্বৰ-পৰি বাঢ়ে, যকৃত বিকৃত হয়, পাৰ তেজ - কুৰ কমি বৰণ শেতা পৰে বা কলা হয় বা হালধীয়া হয়, চকু হালধীয়া হয়; ইত্যাদি। তিৰাইৰ নিচিনা ঠাই মেলেৰিয়াৰ ৰাহ। তিৰাই অঞ্চলৰ মানুহৰোৰ দেখিবলৈ তেজ-কুৰ নাইকিয়া, কদাকাৰ, মুখ উপহা, পেট ভাঙৰ, মূৰ ডাঙৰ, হাত ভৰি চুচিয়া মৰা, চেপেটা না আৰু বৰ-কণা ইল্প। যিবোৰ ৰীয়াই এই পৃথিবীহ মানুহ মাৰি নিয়ে, সেইবোৰৰ ভিতৰত মেলেৰিয়া অকল আদখিনিৰ বাবে জগৰীয়া। মেলেৰিয়াৰ ঠাই,–গঙ্গা, ইউফ্ৰেট, পো, মিছিছিপি, অৰণক আদি নৈৰ মুখৰ ঠাইবোৰ; যিবোৰ ঠাই দেকা আৰু পানীত হল যায়, আৰ হিৰাই অঞ্চলৰ নিচিনা হাবিনি ঠাইবোৰ যাৰ বায়ু সেমেকা। মোঘলী ঠাইত মেলেৰিয়া হয়। কিন্তু কোনো কোনো পৰ্বতীয়া শুকান ঠাইতে মেলেৰিয়া হোৱা দেখা গৈছে। যেনে-হংকত, বেলুচিস্থান দক্ষিণাত্যৰ