পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৩৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম সং । অতৃপ্তি। প্ৰাণৰ প্ৰাণত কিয় হেঁপাহ ইমান? সংসাৰ তো অতৃপ্তিৰ ঘৰ। বিচাৰি গোটাই আনি অহনা বহন বান্ধিলোঁহি জল সম্পদ। সকলোৰে সে-মাতে হৃদয়ান পাপি ঋলো খিমী গোসানী। বাহিৰ জঞ্জাল পৰা মনক আকলি শ্যানত বলে। টানি আনি। ধ্যানৰ মাজতে প্ৰাণ উচুপি উঠিল, কিহৰ চিন্তাত হয় তোল। ইমানতে কিনো আৰু অসম্পূৰ্ণ বন? লখিমীৰ নেজানিলে মোল। অতৃপ্তিৰ নই বই তৃপ্তিৰ সাগৰ বিচাৰি কেতিয়া পাৰ-অন্তু ভাগ। চন্দ্ৰকুমাৰ আগৰৱালা। সম্পাদকৰ চৰা। মেলেৰিয়া। আজিকালি কথায় কথায় মেলেৰিয়াৰ নাম শুনা যায়। কিন্তু মেলেৰিয় কাক বোতে সেইটো নগৰৰ মানুহে অলপ-অচৰপ বুজ পালেও শাৱলীয়া চৰা মানুৰে বুজ নাপাম সৌদেখি ডাক্তৰসকলে নে