পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯৩ বাহ। [১ম বহু সংখ্য সফল হয়। গাঁৱৰ গৰু গাহঁতে ভাঙিবলৈ চেষ্টা কৰিলে সা কথাটে। বেগতে ওলাই পৰিব আৰু সুবিচাষ হব; কৰি ঘৰলৈ আহিৰলৈ দিলে, বেনে গত দু পা খৰচ নানা লটিঘটি, গেমে হচিয়া যি কৰলৈও আকল বঢ়োৱা হয়। মাই কচাৰি থৰ উঠিলেই কিমান চাহি মাৰ হাই পৰে আৰু তেনে বিধৰ মানুহে দু বুদ্ধি দি অনেক মানা হুগতি কৰায় আৰু নিজেও পোৰ যায়। গোচৰ কৰাৰপৰা নাৰ আৰু বিবাদ বাঢ়িবৰ বাট মুকলি হা মাথোম। এতেকে আমি কওঁৰো গাওঁ-বন্ধীয়া লোকসকল! তোমালোকে গৰ্শ পাকি গা মুখেৰে ৰাৰি পইচা ৰাখিবলৈ আৰু পৰম্পৰ মিশা-প্ৰীতিৰে থাকিবলৈ মন ঋৰি পাৰ্যমানে শায়ৰ গৰ শাৱতে ভাঙিবলৈ চেষ্টা কৰা; অতি গুৰুতৰ এগৰ হে কচাৰিলৈ আনিবলৈ দিবা। তেনেহলেই গাৱৰ সৰ্বপ্ৰকাৰ মঙ্গল হব। উপেনাং বৰুৱা। কবিতা। শুনিছিলো আই তুমি জগত মোহিনী, তোমাৰ অনন্তু এ গানে পায়, তাবুকৰ চিন্তা তুমি, নয়নৰ মণি, সুগন্ধি পুষ্পেৰে মাথে। পূজা দিলে পায়। ফুলৰ আলি আমি কত দিন আই, পুজিলো যতন কৰি যুগল চ; তোমাৰ লাৱণ্য গণ বনে বনে চাই আনন্দৰ চকু-লোৰে তিয়ালো নয়ন। নেলাগে তোমাৰ ফুল, নিয়। ওলোটাই, দিল। মোক এই বুলি কাঠগমিন; জয় উচ্চ আশা পল লিছিল, সিদিনাৰেপৰা ৰোৰ বিৰাগী পণ। সুৱলা হীৰ মতে পুৰণি কামনা পালে, মিয়া দুলিল চেনা।