বহাগ, ১৮৭] কিতাপৰ চমু সমালোচনা। ১৯১ তিতা-ফুলৰ গছু নগজিলহেঁতেন। ১৬ পিঠিত, ৰ্ত্তিৰ সৈতে যোফোঙ্গা উঠে"। মাখোন এটা দীৰ্ঘ উকাৰৰ বাৰে আমিও কৃত্তিৰে উঠিব নোয়- ৰিলে। টেটোনে “হাতৰ পাৰে তৰিৰ শাৰে। আমাৰ বিবেচনা ‘ছাতত সাৰে তৰিত পাৰে হে idiomatic. ১৩ পিঠিত মোৰ চালত চলি- বিচোন।” “ফালত চলা” মাহৰ অসমীয়া নহয়। লা নে সাল। ‘আগুন’ সান্দহ নহৈ গুৰি-কৰাইৰ নিচিনা হোৱা যাবে “তোৰং বিং” বৰ সম্ভৱ। সান্দহ সন্দেশৰপৰা ওলাইছে।সন্দেশ খানে বাৰ্তা, বাতৰি। আগৰ কালত কোনো শোকে বন্ধু বাৱৰ বাতৰি লবলৈ যাওঁতে তেওঁলোকৰ কোনো তাল খোৱা বস্তু লগত লৈ যোৱা প্ৰথা প্ৰচলিত ছিল। দেশত চেনা-চেনি মিঠৈ লৈ গৈছিল; আলামত খুজ্ঞা চাউলৰ সেই খাদ্যটো লৈ যোৱা হৈছিল; সেইদেখি লাহে লাহে সেই দুই খাদ্যৰে নাৰ সন্দেশ, আৰু শাহ হল। ১৭ পিঠি—“গৃহস্থে আহি টেটোনক গবা শাৰি ধৰে।”ব্যাকৰ মতে এই ফাকি অব। “গৃহস্থই" হব লাগে। কাৰণ, অ কাৰান্ত শব্দৰ কৰ্ত্তা কাৰকত ই হয়, নহয়। ২৮ পিঠিত, “গভাই”। গাইত হে , "গাই,” নহয়। ৩১ পিঠি,-“অপৰাধি”। অপৰাধী' হে শুৎ ৬৪ পিঠি,-“প হলেও," কলিয়া ভেমোৰাটিলৈ ৰূপ' আৰু 'কলীয়া'হে শুধ। এনেবিলাক দোষ কিতাপ- গনিত অনেক আছে; সেইবোৰ গুচিলে আমি সবোৰ পাৰ। পটক্ষেপণ” যবনিকা পতন” এনেবোৰ কথা অসমীয়া কিতাপত কিন্তু ব্যৱহাৰ কৰা হয় কব নোৱাৰা। জাৰ-কাপোৰ, অৰ-কাপোৰ দিয়া বা পেলোৱা কথা ব্যৱহাৰ কৰি “বৰ্জং যবনিকা-ফনিকাৰ নিচিনা কথাবোৰ অসমীয়া ভাষাৰ ভিত- ৰত নোসোমাবলৈ তাৰ দুৱাৰমুখত প্ৰবেশ নিষেধ” লেখি চাইন বৰ্ড” আৰি দিয়া উচিত। নাটক হলেও তাত ভাৱৰীয়া ভাৱৰীয়ানীৰ মুখত দম্ৰাব্য গল্পীণ কথা দিয়াটো উচিত নহয়। মা হাটৰ তিতাৰ শৰ বিৰৰ নাক দিব লাগিলেও সেই শত ব্যৱহৃত হোৱা কাৰাবাৰ সাল-বদল নকৰাকৈ মেনে শুনা যায় তেনেকৈ দিয়াটো উচিত নহয়; কাৰণ জ্ঞস তাৰ শ্ৰোতা। কোনো ভাল মানুহে ব্ৰীড়া অনুভৱ নকৰাকৈ অশ্ৰাব্য গালিৰ মাতবোৰ ৰি কিব নোৱাৰে। টাটামুলি কিগাপৰ ১০ম পিঠিত না।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৩১
অৱয়ব