পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৪ বাহী। [১ম বছৰ এ সংখ্যা গুণ গুণ গাই গাই ফুলে ফুলে মৌ খাই | ভোমোৰ ফুৰে; তোমাৰে ৰীণৰ সুৰে বলিয়া কৰে। তৰুণৰাম ফুকন। কৃপাবৰ বৰুৱাৰ সামৰণি। বাহী। গীত। { তৈলবী-মধ্যমান।। শুনিলে সেইটোৰ মাত মূৰ আচাই কৰে। আজি সেই মুৰত মোৰ থৰ-যুগুতি হবে। ফুটা দিয়া বাঁহৰ চুঙা, কৰে। মাথে। উপলুঙা, তথাপি আমনি কৰি সৌভালে মাৰে। খপাত ভৰাৰ পৰি, পিঠা পুৰি খাব পাৰি, কুকুৰ মৰ মাৰি সেইভাল কি হব পাৰে। গা বেয়া খন বেয়া কৰে, তাত কিহৰ সায়া? নাজানো কিমবা লোকে তাত স্কুৱাই মৰে। কই কৈলে আবি, গোপীক দিলে সমাচাৰ, টেলিফোনে সেই কাম সহজত কৰে। একপাব।