পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বহাগ, ১৮৩২ ] কমেশট দত্ত। ১৮৩ আৰম্ভ হল; প্ৰজাৰ নীৰস মুখে জীপ পালে; সুখৰ হাঁহি সকলোৰে মুখত দেখা দিলে। | ৰমেশ দই ইয়াকে কৰিয়েই ক্ষান্ত নাৎকিলি। তেওঁ যিদৰে প্ৰজাক বিপদৰপৰা উৰ কৰিছি, সুলত সুখে ছিল, সেইদৰে বৰু-ভাষাৰ উন্নতিৰ অৰ্থেও মন প্ৰাণ সমপি দিছিল। তেওঁ ইমানবোৰ কাম কৰিও বঙলা ভাষাৰ আদৰৰ খন ধৰীক, এন-একাত প্ৰতি ৩ খন উপ- তাস লিখে। তাৰ পিছত তেওঁ বাখৰ জিলাৰ পৰাপত নিযুক্ত যায়। এই পাত তেওঁ নিৰ্বিঘ্নে জিলাৰ সকলো কাম সম্পন্ন কৰি গৰমেশলা পাত্ৰ হয়। ভাৰতৰ চিৰকল্যাণাধী লৰ্ড বিপণ যেতিয়া বিলাতলৈ যাবলৈ ওয় তেতিয়া তেওঁ ৰমেশচন্দ্ৰক মাতি পঠিয়াই কৈছিল “মই আপোনাৰ লগত জমা হবলৈ আপোক মাতি পঠিয়াইছে। এতিয়াৰপৰা ভাৰতীয় প্ৰণাৰ শাসনক্ষতা সম্বন্ধে বিলাতত আৰু কোনো সন্দেহ থাকিব নোৱাৰে। ইয়াৰ পিছত তেওঁ কিছুদিনৰ নিমিক্তে চৰকাৰী কামৰপৰা বিদায় লয় আৰু ঋকবেদৰ আনুবাদ আৰম্ভ কৰে। ইয়াত তেওঁ বঙ্গীয় সমাজ নানা ঠাট্টা বিজপ সব লগীয়াত পৰিছিল। তেওঁ শ হৈ বোভ হত দিয়া দেখি ব্ৰাহ্মণসকলৰ গা কঁপি উঠিছিল। ৰমেশচন্দ্ৰই নিজৰ কৰ্তব্যজ্ঞানৰ দ্বাৰা অনুপ্ৰাণিত হৈ সকলো বাবা বিঘিনি অতিক্ৰম কৰি অনুবাদ সম্পন্ন কৰিলে। যি বেদৰ বৰ ধৰণৰ কথা দূৰৈত খাওক বিশেষৰে দুলত সেই ত এতিয়া সকলোৰে হাতৰ তললৈ আহিল। যদিও সমালোচকসকলে ইয়াৰ গুণ বৰ বেচি নেসেৰে তথাপি এই মহৎ কামত বঙালীৰ ভিতৰত প্ৰথমে তেওঁৱেই হাত দিয়ে। বিদায় শেষ হলত তেওঁ পাবনা জিলাৰ ভাৰ গ্ৰহণ কৰিলে আৰু ভাৰতৰ পুৰণি সত্যৰ ইতি- হাস (Civilisation in ancient India) নামেৰে এখন বুৰঞ্জী লেখিবলৈ আৰম্ভ কৰিলে। এই বুৰঞ্জী লিৰি থাকোতে তেওঁৰ মেলেৰিয়া হয় আৰু দিনে দিনে শৰীৰ দুৰ্বল হৈ খাবলৈ ধৰে। কিন্তু তে সেইবাবে এদিনে। তেওঁৰ ক্ষেত্ৰত উপস্থিত নোহোৱাকৈ নেকিলি। তেওঁ মহল ফৰোতে নাৱেৰে সোৱাৰ লগে লগে শৰীৰৰ অসুস্থতা অঙ্গেও হাতে লিখ আৰু আন আন গ্ৰন্থবিলাক পড়ি তাৰ মৰ্ম্ম তেওঁৰ ইতিহাসত শিপি