এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বণ ১৮৩২} সীতা সমা। এইবিলাক যে অসমীয়া কবিৰ ৰচিত পদ খাত কিবা সন্দেহ আছে নে বাশীৰ মুখত পৰি আৰু আজিকানি বলা ভাষাৰ প্ৰতাৰ ভিতৰলৈ আহি তাৰ অলপ-অচৰপ নোহা আৰু লৰচৰ হৈছে শাখোন। এইবোৰ বিভক্তি প্ৰত্যয়ৰেৰে। অসমীয়া। শমীমা বোৱা। সীতা মা। সুখ যোৰত আইজি বহিৰ্শে এছুপি অশোক তলে। মনত পৰিল ৰাক্ষসী-পুৰাত সীত সৰ কোলে। খাপি নত শিৰ আউলী চুলিকে শুনে বাণ তাপহ। আৰুণ লুণীয়া অকুল পানীত কল সৰ্গৰ খাৰা। ৰীণৰ প্ৰাণটি সম-প্ৰাণেৰে উঠিল সকলে। ব্যাপি। সৰ। ৰাক্ষসী? সৰ মানবী? নহয়, সমা দেবী। এলকুমাৰ আগৰৱালা।