পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৭৫ বহাগ, ৮৩২ ] পুৰণি অসমৰ জিলিঙনি এটি। অসমীয়া। এৰা বাৰীৰপৰা বিয়ালে সাপ। নেগুৰ কৰি মাৰিলে। পাক। “ দেখ সখী হে বিপুৰীত থানা। উড়ি গেইল পতিটি লেঙৰ ৰল ৰন্ধা উত্তৰ-এল। এমীয়া—হে দেখ সখী হে বিপৰীত ধান্দা। উৰি গল পাখীটি নেগুৰ ৰল।। স্বৰ্গ হতে পইল ধূম। ধূম বোতে মোৰ-চুম” উ মাম। অসমীয়া!—স্বৰ্গৰপৰা পৰিল ধুম। ধূমে বোলে মোৰ—ং ইয়াত উহ ৰা শব্দটো অসমীয়াৰ বৰুৱা শব্দ। বলা শত সেই "হাত নাই পাও নাই গড়গড়েয়া যায়। পিঠিত চামড়া নাই সৰ্ব্বলোকে খায়॥” উত্তৰ-পানী। অসমীয়া।-হাত নাই পাও নাই গৰপৰাই যায়। পিঠিত ছাল নাই সৰ্বলোকে খায়। লুৎ; বসি আছে তিন বাণ গুত উত্তৰ--উথান। অসমীয়া। দুকুৎ। বহি আছে তিনি বাপ পূত। “তাটা হাতে আইল তাৰ কাজে লয় যাই। গৰু ৰা ফুল , কোন গছ কাটিবাৰ মাস।” উত্তৰ-কোমোৰা গছ। সমীয়-ভাটাৰপৰা আহিল-ইজ্যাদি। বেতবাড়ী ফেলা। বেত কাটা গেইল পাঠৰ বুড়ি।" উ-কু।