১৪ বাহী। (১ম বছৰ ৬ষ্ঠ সংখা সখি গোটাচেৰেক ৰংপুৰু-সাহিত্য-পৰিসৎ-পত্ৰিকাৰপৰা আমি তুলি দেখুৱাই দিওঁ ৰে অসমীয়াৰ ভৰিৰ খোৰ চিন সেইবোৰত কিমান ফট ফয়া হৈ বহি ৰৈছে। লাফে লাফে যায় ধীৰ কৰে যাৰ মাৰ, আপনে সে মৰা বীৰ জীয়ন্ত ধৰে বলে, কয় কবিকঙ্কন চালাইলে চলে।” উত্তৰ-পল। বাঙ্গালী লেখক লেখিছে দেখি ইয়াত “আপুনি”ৰ ঠাইত “আপনে” আৰু “সি”ৰ ঠাইত "সে" আৰু "লাইল” বা “লাল” ঠাইত চাইলে হৈছে। ডাক নাম দি যেনেকৈ বাহৰ মানুহে নিজৰ বচন চলাই গৈছে, ইয়াতো কৱিনৰ সেইদৰে নাম দি এনেকুৱা ৰাহিৰা ৰচনা চলোৱা হৈছে। “ ৰাৰ বেটী খোলা পেটী বিন কোলে খোড়ে মাটা॥” উত্তৰ- গাহৰি। ইয়াৰ আচল অসমীয়াটো- ৰজাৰ টী ধোলাল। পেটা, ৰিৰ কোৰেৰে খালে টি। “কান্দাৰ উপৰ কান্দা, এ কে যে ভাজি না দিবে তা তো পুৰুষ থাকবে বান্দা।" উত্তৰ-কলাৰ আফি অসমীয়া।-কাজৰ ওপৰত কা, এই শ্লোক যি তাও নিদিব তাৰ ৮ধি পুৰুৰ খৰ বন্ধ।।
- গে থাক পইল ভ্যাট।
তাই বলে মাৰ প্যাট কাট।" উত্তৰ- তামোল। অসমীয়া সৰপৰা পৰিল টে। ভেটে বোণে মোৰ পেটটো কাট।
- বাড়ী হাতে বিৰাইল সাপ।
সে ধৰি যাৰ পাক। উত্তৰ-সেন।