পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বহাগ, ১৮৩২ ] পুৰণি আসামৰ জিলিঙনি এটি। ১৭৩ প্ৰকাশ কৰি এক মাত্ৰ দেৱভাষা সংস্কৃত হে এ শচনা কৰিছিল, সেইবাবে সেই কালৰ প্ৰা পুৰণি অসমীয়া ভাষা শেখা পুথি আমি নাপাওঁ। কিন্তু এইটে। ঠিক ৰে শৰ মাধৱ আৰু কৰীসকলে পুৰণি অসমীয়া ভাষা-ব্ৰহ্মপুত্ৰৰ সমৃদ্ধিশালী আৰু নিগ পুত গলিত অৱগাহন কৰি আৰু তাৰ আনন্দময় জলপ্ত বুৰ মাৰি তাৰ তলিপৰা হে তেওঁলোকৰ শাৰূপী উজ্জল মালাবিলাক শাখিবলৈ মুকুতা গোটাই আনিছিল। তেওঁ লোকৰ শাস্ত্ৰবিলাক পঢ়িলেই স্পষ্টকৈ দেখিবলৈ পোৱা যা যে তেওঁলোকে নকৈ ৰ। ৰচনা কৰি ৰা কখিত ভাষাৰে মাথোন শব্দ আৰু বাক্য ৰচনা বা সংগ্ৰহ কৰি তেওঁলোকৰ পুথিবিলাক ৰচনা কৰা নাছিল; তেওঁলোকে যে এটা প্ৰবাহিত জীয়া চহকী সাহিত্য আৰু ভাষাৰপৰা ৰ সংগ্ৰহ কৰি সেই বোৰৰে নিজৰ ৰচনা গাখিছিল তাৰ কোনো ভুল নাই। শঙ্কৰে আৰু কীসকলে অনেক ঠাইত তেওঁলোকৰ পুথিৰ ভণিতা আগৰ কবি সকলৰ গ্ৰন্থ চাই পুথি লেখিলে।” বুলি স্পষ্টকৈ স্বীকাৰ কৰি গৈছে। আসাম ওপৰেদি অনেক দুৰ্দিন দুৰ্দৈবৰ ঢল গৈছে, সেই ঢলে যে আগ প্ৰাচীন সত্য গ্ৰন্থবোৰু কৰবালৈ গৈ গৈ তাৰ চিন-মোকাম নাইকিয়া কৰিছে সেইটো অনুমান অনায়াসে কৰিব পাৰি। আজিও ৰংপুৰ, দিপু, কো- বিকাৰ প্ৰকৃতি ঠাইৰ ভাৰা, যাক আজিকালিৰ বলা ভাবাই নিজ বুলি আপোন সীমাৰ ভিতৰুৱা কৰিছে পৰীক্ষা কৰি চালে ফট ফটীয়াকৈ দেখি যে সেই ভাষা অসমীয়া ভাষাৰহে নিজ, আগৰ অসমীয়া ভাষাৰ হে নিজা বন্ধু আজিকালিৰ বণী বঙ্গ-ভাষাৰ অধিকাৰ তাত নাই, থাকিলেও নাম। কালৰ কুটিল পতিত অসমীয়া ভাষাৰ গাতী কাষৰীয়া পাৰি ঠাইবোৰ ফল। ভাষৰ গৰাহৰ ভিতৰত পৰিল। বলা ভাষাই পাৰিটো জীণ নিয়াই নিজৰ গাত বল বাতি লৈ অসমীয়া ভাষাৰ শাৰিৰ ওপৰতাৰে “ও” কৰিলৈ নাষৰে তাতে বা আচৰিত কি? পৰ্ণমেন্টৰ ভুলত এখাৰ বলা ভাষাই অসমীয়া ভাষাৰ ওপৰত সম্পূৰ্ণ বিকাৰ পাইলেই, ভাগ্যে সেই ভুল সংশোধিত হব, নতুবা এতদিনে অসমীয়া ভাষাই ঔষধং পাহী তোয়ং বৈলে নাৰায়ণে হৰি”ৰ শৰণাপন্ন হব লাগিলহেঁতেন। উক্ত বঙ্গ আৰু কেৰিাৰ আদি ঠাইত প্ৰচলিত কাগৰ দিনৰ কবিত। গত আৰু