{ ১ বা ১৫ প্যা এইদৰে নে ছে;-“লৌহিত্যা কগোয়াং চ তাৰ ব্যায়াম।” ৰহ্মাণ্ড পুৰাণত আছে-কভোয়া মহাগৌৰী দুৰ্গা চাষঃ শিৰা তথা।” | হিউচেঙে তেওঁৰ ভ্ৰমণ-বিৱৰণত সেই কালৰ অসমীয়া ভাষাটো - ভাৰতৰ ভাৰাৰে সৈতে প্ৰায় মিশে খুলি লেখিছে। এইখিনিতে এইটো কথা কৰ লগীয়া যে তেওঁ তাক ৰঙ্গলা ভাষাৰ ৰূপত্ৰংশ বা আন আন লেখ। ভাষাৰ শাৰীলৈ ওঠা Pago অৰ্থাৎ পাৱৰীয়া মাত বা আন কোনো ভাষাৰপৰা ভাগি-ছিগি ওলোৱা মাত বোলা নাছিল। তেওঁ আৰু এটা সুকীয়া অৱস্থাত পাইছিল আৰু সেই হিচাপেই তাৰ বিষয়ে উলেখ কৰি গৈছে। আৰু এটা কথা, তেওঁ এই সম্পৰ্কে বলা ভাবাৰ নামকে কৰা নালি। আজিকালিৰ বলা ভাষা যেনে ৰূপ ধৰি বাঢ়িব লাগিছে, সেই কালত এই চাষাৰ অস্তিত্বতে সন্দেহ ওপজে; যৰ পুৰণি অসমীয়া ভাষা আৰু মৈথিলী ভাষাৰ সান-শিহলিয়েই হে বলা ভাষাৰ ভেটি এনে সিদ্ধান্ত ফালে ঢাল ললৈ নোৱাৰি। পুৰণি কালত কামৰূপ ৰা সাৰ যেনে প্ৰতাপ অসত্য আৰু উন্নত ছিল, সামৰ ভাষাও তেনে নাকিৰ কাৰণ নাই; বৰং নথকাটো হে অসম্ভৱ। সেই কালৰ আৰু তাৰ অনেক আগৰ কালৰপৰা প্ৰচলিত অসমীয়া জাতীৰ প্ৰবাহ আসামত যেনেকৈ আজিলৈকে চলি আহিছে, সেই কালৰপৰা আৰু তাৰ আগৰ কালৰপৰা অসমীয়া ভাষাৰ প্ৰবাহে আসা- মৃত আৰিলৈকে চলি আহিব লাগিছে। অৱয়ে কাশৰ গতিত সেই সোঁতত, বাহিৰৰপৰা বৈ অহা অনেক সৰু ভী মিহলি হৈ সেই ভৰ সোঁতৰ পানীৰ বৰণ আৰু পৰিণত বদিও পৰিবৰ্তন টাইছে, তথাপি সি যে আসাষৰ অসমীয়া ভাষাৰ সেই একেখন লুইতেই তা মুই কৰিব নোৱাৰি। কাল ফল আক্ৰমণ প্ৰাচীন কালৰ অসমীয়া ভাষাত ৰচিত সাহিত্য লোগ পাইছে দেখি আমি তাৰ বিষয়ে একাৰত; কিন্তু প্ৰাচীন পৰাক্ৰমী আসাৰ ৰাজ্যৰ চি আম বিদ্যা আবেগ দু পোৰু আনৰ ধ্বনি যে সেই কাণত সময় লেখক ৰাই লিপিবদ্ধ হৈ প্ৰাণিত নহৈছিল এনে কথা হল নোৱাৰে। অৱশ্যে এইটো সম্ভৱ ৰে ভাৰতৰ আন আন পণ্ডিত লেকসকলৰ দৰে সি পণ্ডিত তেললেও প্ৰচলিত আৰু সৰসাৰণৰ যত দেশীয় ভাষা অসমীয়া ভাষাৰ প্ৰতি অল্প
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২১২
অৱয়ব