বহাগ, ১৮ ] পুণি আসামৰ জিলিঙনি এটি। ১৭১ •••• মল বা মোগল সেনা আচিবেঞ্চলৰ বিৰূদ্ধে পঠিয়াই দিয়ে। থেৰাঘাট পৰগশাৰ ওচৰৰ কোচ পৰ্বতৰ কাৰতে সেই সেনাৰে সৈতে শঙ্কল তুমুল সংগ্ৰাম হয়, আৰু সেই সংগ্ৰামত মঙ্গলবিক ৰি সমূলি ধস হযৰ উপক্ৰম হৈছিল, এনেতে আচিয়াবে নতুনকৈ সৈয় লগত লৈ তাত ওলালহি। তেতিয়াহেল সেই যুত হাৰি আছিয়াবৰ হাতত বন্দী হয় আৰু ৰা- চিয়াবে তেওঁক ধৰি লৈ গুচি স্বায়। মৌলবি আবদুচ চালামে ফিৰ্দোচিৰ মহাকাব্যৰ যি গাঙান কৰিছে ভাত পাৰস্য সম্ৰাট বাহৰৰ গৌৰৰ বিষয়ে লিখা ঘটনাথোত শকল নামে এজন ভাৰতবৰীয় ৰাৰ কথা উল্লেখ আছে। সেই শঙ্কলক কামৰূপৰ শঙ্কল ৰা বুলি বুৰঞ্জীনা পণ্ডিতসকলে অনুমান কৰে। ৰাহৰাম গৌৰৰ ৰা ঘৰ কাল ধহয় চতুৰ্থ শতিকা। পুৰণি কানত যে আসাম এখন সুসভ্য উন্নত দেশ ছিল, ধৰ্মশায়, উপাখ্যান আৰু কাহিনী আদিৰপৰা সেইটো ভালকৈ বুজিব পাৰি। সেই বিবৰণবিলাকৰ সত্যতা নিখুতকৈ প্ৰমাণ কৰিবৰ উপায় যদিও মাই, তথাপি এইটো বুজিব পাৰি যে অতীত আসাম এখন ওথ শাৰীৰ দেশ আছিল। আনবিলাক বাদ দিলেও হিউয়েনচাঙৰ বিবৰণৰপৰাই এই কথা প্ৰমাণিত হয়। আগৰ খেৰৰ কথা এৰি দিলেও, সপ্তম শতিকাৰ প্ৰথম ভাগত আসাম যে এখন পৰাক্ৰমশালী ডাঙৰ আৰু সভ্য দেশ ছিল সেই- টোৰ প্ৰমাণৰ অভাৱ গুচে। তেতিয়া আসাৰৰ পশ্চিম সীমা কৰতোয়া নদী আছিল দেখি, আহা ভিতৰত আজিকালিৰ উত্তৰ- ৰংপুৰ দিনাজপৰ খণ্ড জলপাইগুৰি আৰু মৈমনচিঙৰ এডোখৰৰ যে পৰিছিল এই কথা আমি ওপৰত কৈ আহিছে। কৰোয়। এখন বিখ্যাত নম্বী। মহাভাৰতত আৰু আন আন পুৰাণত তা উল্লেখ পোৱা যায়। চিকিমৰ নামনিৰ পৰ্ষতবিলাকৰ মাজৰ ব্ৰ- পৰা কৰতোয়া নদী ওলাই আহিলিং, পাইগুৰি, দিনাজপুৰ, ৰংপুৰ আৰু বগুৰাৰ মাজেদি বৈ গৈছে। মহাভাৰতৰ তাপত ফতোয়াৰ বিষয়ে
- ৰোধকৰোশৰ শব্দটা বিদেশীৰ মুখত পৰি লৰা সৰ হৈ।