বাঁহী। [১ম বছৰ, ৬ষ্ঠ সংখ্যা পুৰ ১৫০ মাইলতকৈ ভালেখিনি দূৰত। সেইদেখি পণ্ডিতসকলে এনে অনুদান কৰে যে সেই কাণ কামৰূপৰ ৰাজধানী, হয় ওলপাৰ জিল্লাৰ কোনো এখন ঠাইত, নয় কোচবিহাৰত, নহয় বা আজিকালিৰ সঙ্গেশৰ ভিতৰুৱা ৰংৰ উত্তৰ-পূবত আছিল। গুচৰিত বাৰভূঞাসকলৰ অতি- শুৰিৰ বিষয়ে কওঁতে, গোৰেশ্বৰ আৰু কায়েম্বৰ অৰ্থাৎ কমতে এই দুজন ভাই-ৰজাৰ ভিতৰত ৰা লগাৰ কথাৰ উল্লেখ আছে। হিউয়েনচাঙে কামৰূপৰ ৰজাক বৰ প্ৰতাপী যা বুলি লেখি গৈছে। যৌৰ। শিলাদিত্যই ৰাজহত (তাগপুৰৰ ওচৰৰ ঠাই। যি দানসাগৰ উৎসৱ পাতিছিল সেই উৎসৱলৈ ভাৰতবৰ্ষৰ যি কুৰিজন ৰঙ্গা নিমন্ত্ৰিত হৈ গৈছিল সেইসকলৰ হিৰত কামৰূপৰ ৰা তাৰ বৰ্মাই প্ৰথম ঠাই অধি- কাৰ কৰিছিল। ভাস্কৰ বই সেই উৎসৱত শোভা-যাৱাৰ (Procession) নাম্বক হৈ একে শৰীতে শিলাদিত্যৰ সে। হাতে গৈছিল। ৫০ হাতীয়ে তেওঁলোক দুইকো ৰক্ষা কৰি গৈছিল। হিউয়েনচাঙে ভাস্কৰ বৰ্মাক ৰামুণ ৰজা বুলি তেওঁৰ ভ্ৰমণবৃত্তান্তত লেখিছে; কিন্তু বাস্তবিকতে সেইটো তেওঁ ভূল কৰিছে। কাৰণ বৰ্ম ক্ষত্ৰিয়ৰ হৈ উপাধি বামুণৰ নহয়। মুছলমান বুৰীলেখক ফিৰিষ্টাই তেওঁৰ বুৰঞ্জীৰ পাতনিত, তলত লিখা ঘটনাটা লেখিছে, উত্তৰ-ভাৰতত কেদাৰ ব্ৰাহ্মণ নামে এজন বৰ পৰা- ক্ৰমী ৰা আছিল। কঙ্গো নদীৰ পূৰ ফালৰপৰা অৰ্থাৎ কামৰূপ প্ৰদেশৰ পৰা শক্তন বা শলাবিব নামে যা এনে কেদাৰৰ ৰাজ্য আক্ৰমণ কৰি কেদাৰক যুত হয়। শঙ্কলে প্ৰথমতে তাৰীৰ পূৰ ফালৰ দেশ অৰ্থাৎ যা আৰু বিহুৰ জয় কৰে; তাৰ পিছত অসংখ্য সৈন্য গোটাই লৈ কেৰাৰ বজাৰে সৈতে ভুমুল বণ কৰি কেইবাখনো মুজত কেদাৰক ঘটুৱা। প্ৰবাদ আছে, কামৰূপৰ ৰা শলেই গৌৰ নগৰ অথবা লক্ষণাৱতী স্থাপন কৰে যি লক্ষণাৱতীৰ বছৰলৈকে বঙ্গদেশৰ ৰজাসকলৰ ৰাজধানী হৈ আছিল। শঙ্কল বৰ গল্পী আৰু প্ৰতাপী জা আছিল। তেওঁৰ •• হাতী, ১••••• থোৰা আৰু ••••• পদাতিক গৈ আছিল। ইসি অথবা টুৰাণ ৰা আঁচিয়াৰে শঙ্কলৰপৰা কৰ বিচাৰিছিল। শঙ্কলে কৰ দিবলৈ মাৰি নোহোৱা বাবে তেওঁৰে সৈতে চিব যুদ্ধ হয়।