বহাগ, ১৮৩২ ] পুৰণি আমৰ জিলিঙনি এটি। ১৯১৯ তেওঁ যেতিয়া অশথত অৰ্থাৎ দক্ষিণ-বেহাৰৰ নলা নামৰ বৌদ্ধবিশত থাকি যৌজ গ্ৰহবিলাক পঢ়িছিল, তেতিয়া কামৰূপত ভাস্কৰ বৰ্মা নামে এজন মহাপ্ৰতাপী ৰজাই ৰাধ কৰিলি। হিউয়োৰ পাণ্ডিত্য আৰু দুখ্যাতি কথা ভাবাই নিবলৈ পাই তেওঁক কাষৰূপলৈ আহিবলৈ শিষত্ৰণ কৰি পঠিয়াজ। হিউয়েন্চাঙে প্ৰথমতে সেই নিয়ন্ত্ৰণ বা কৰিবলৈ সল্পত হৈছিল; কিন্তু পিছত তেওঁ পণ্ডিত নতৰ পাৰ শুনি নিয়ন্ত্ৰণ প্ৰহণ কৰিলে। | হিউয়েনাতে পৌণ্ড যনৰপৰা পূৰণুৱা হৈ প্ৰায় ১৫০ মাইল বাট আহি এখন ডাঙৰ নৈ পাৰ হৈ কামৰূপ ৰাজ্যত সোমাইহিহি। সে নৈখনৰ নাম কতোয়া। তেতিয়া আসাম সীমা যে কতোয়াং সমাস্ক যাবজ্জীকৰ বাসিনী” অৰ্থাৎ পশ্চিমে ফতোয়া নৈৰপৰা আৰম্ভ কৰি পূৰে দৰবাসিনী অৰ্থাৎ দীকৰাইলৈকে আছিল সেইটো কাৰপৰা সহজে বুজিব পাৰি। সেই কালত আসামৰ পূৰ সীমা আজিকালিৰ আকাৰৰ পূব সীমাৰে সৈতে একে নাছিল; মাথোন পশ্চিম সীমাৰ হে লৰচৰ হৈছে। হিউয়েনচাঙে আসাম দেশখন বেৰে ১৭০ মাইল বুলি তেওঁৰ শ্ৰম বাত লেখিয়ে। তেতিয়া অৱশে এই দেশৰ আসাম মা নাছিল; তেতিয়া ইয়াক কামৰূপ বোমা হৈছিল। সেই কামৰূপৰ ভিতৰত আহিলিৰ গোটেই আসাম, ভুটান, পশ্চিম সীমাৰ কৰতোয়া নৈলৈকে উত্তৰ-বঙ্গ, আৰু মেমনসিঙৰ এভোব পৰিছিল। এইটো নিশ্চ যে সেই কালৰ পূৰ্ববঙ্গ (যাৰ নাম সমতট আছিল আৰু পৌবন্ধনকৈ অসাম অৰ্থাৎ কামৰূপ তালেবান নে ভাঙৰ আছিল; কাৰণ তেতিয়াৰ পূৰ্ব্ব বঙ্গ বেৰে ৭০ মাইল আৰু পো- বন্ধন ৫•• মাইল মাথোন আছিল। প্ৰত্নতত্ব কনিংহামে (Canninglian) পাবনাকে পৌবন বুলি খিৰ কৰি তাৰ পূৰ ফালে থকা কমতাপুকে তেতিয়াৰ কামৰূপৰ ৰাজধানী বুলি কৈছে। কোনো কোনো পণ্ডিতে এই কথাত সন্দেহ প্ৰকাশ কৰি কয় যে পাবনা পোবন নহয়, আৰু কামৰূপৰ ৰাজধানী পৌ বৰ্ধনৰ উত্তৰ ফালে হে আছিল। তেওঁলোকে মাধহৰ ওচৰৰ পাৰুৱাক হে পোঁত বন বুলি কয়। সি যি হওক, এইটো এক প্ৰকাৰ থিৰাং যে পৌও নিৰ কামৰূপৰ ৰাজধানী প্ৰাগজ্যোতিষ