পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সম্পাদকৰ চৰা। মাউৰ। আমাৰ দেশত মাউৰত পৰি যে কত মানুহে অকালত প্ৰণ হেৰুঃ তাৰ পে-জোখ নাই। কিন্তু যি কাৰণৰ নিমিত্তে মাউৰ ব্যাপি নামে সেই কাৰ সৰ্বসাধাৰণ লোকে জানিলে তাৰ প্ৰতিবিধান এ পাৰে। আৰু তেনে হলে মা ৰ পাৰ মৰা লোকৰ লেখও ৰে অনেক কম। তাই সন্দেহ নাই। দৃতি পানীয়েই যে মাষ্টৰৰ মূল কাৰণ, সেইটা আজিকালি ডাক্তৰ সকলে কি সিদ্ধান্ত কৰিছে। মাষ্টৰত পৰা ৰোগীৰ মল যি পানীত পৰে বা যি পানীত সেই ৰোগৰ মলীয়া কানি-কাপোৰ ধোৱা হয়, সেই পানীয়েই দৃষিত হৈ মাষ্টৰ বাধি বা বৃদ্ধি কৰি সেই ব্যাধি ব্যাপ্ত কৰি দিয়ে। সেই বুঝি পাল খাসকল মাউৰত পৰাটো একেবাৰেই সঠিক ati এই নিমিত্তে পানীৰ বিষয়ে মানুহ বৰ সাৱধান হব লাগে। যি গাৱত বা যি চৰত মাইৰে দেখা দিয়ে সেই গাৱৰ সেই চহৰৰ পানী নিৰ্দোষ কৰি ৰাখিবলৈ যত্ন কৰিলে সেই ব্যাধি বাঢ়িব নোৱাৰে। পানীৰ ফালে যেনেকৈ চকু ৰাখিব লাগে, গাখীৰৰ কালেও তেনেকৈ চকু ৰখা উচিত। গাখীৰত সকলো ৰোৰ বীজ কীটাণু বাঢ়িবলৈ সুচল পায়। গাখীৰ মাউব অম্মোৱা কীটাণুবোৰৰ বসতি আৰু বংশ বৃদ্ধিৰ পক্ষে বৰ সুবিধাৰ ঠাই। যি পাণীত মাউৰৰ বীৰ কীটাণু আছে তেনে পানী গুৱালে গাখীৰত ভিসাত সেই গাখীৰ উৰৰ বাসস্থান হৈ গাখীৰ খাতা সকলৰ মাজত সি মউৰ বালাই দিয়াটো অনেক সময়ত ঘটে। যি নাৰ বা বিৰ বা পুখুৰীৰ পানী খোৱা ঘাস্ক, সেই পানীত শাখো কাপোৰ ধোৱা বা আন কোনো প্ৰকাৰ দোষজনক কাৰ্য কৰা উচিত নহয়।